• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

3 years ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

1 hour ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

2 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

17 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

17 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

18 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

18 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

19 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

19 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

20 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

editor by editor
August 12, 2023
in জীৱনশৈলী, ভাৰত
0
বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিষ্ণুক জগতৰ পালকপিতা বুলি কোৱা হয়৷ নিয়ম অনুসৰি বিষ্ণুৰ পূজা কৰিলে সেই ব্যক্তিৰ জীৱনত কোনো অভাৱ নাথাকে৷ বৃহস্পতিবাৰৰ সৈতে বিষ্ণুৰ বিশেষ সংযোগ আছে৷ বৃহস্পতিবাৰৰ অধিপতি দেৱতা বিষ্ণু৷ সেয়ে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰাৰ বিধান আছে৷ অন্যহাতে বৃহস্পতিক ধন-অৰ্থৰ দেৱতা বুলি কোৱা হয়৷ সেয়ে বৃহস্পতিবাৰে উপবাসে থাকিলে বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়৷ শাস্ত্ৰত কেইটামান ৰাশিৰ কথা কোৱা হৈছে৷ যিকেইটা ৰাশিৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ থাকে৷ কোন কোন ৰাশিৰ জাতকসকলে বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে জানেনে?

বৃষ ৰাশি
বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে বৃষ ৰাশিৰ জাতকসকলে৷ শুক্ৰ এই ৰাশিৰ অধিপতি৷ শুক্ৰক সৌভাগ্য, সুখ, ধন, বৈভৱৰ কাৰক গ্ৰহ বুলিও বহুতে কয়৷ বিষ্ণুৰ আশীৰ্বাদ আৰু শুক্ৰৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতকসকলৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখকৰ হয়৷ ভাগ্যই বৃষ ৰাখিৰ জাতকসকলক সদায়ে লগ দিয়ে৷ এই ৰাশিৰ জাতকসকলে বৃহস্পতিবাৰে উপবাসে থাকিলে ভাল বুলি কয়৷

কৰ্কট ৰাশি
বিষ্ণুৰ প্ৰিয় ৰাশিৰ তালিকাত আছে এই ৰাশিৰ জাতকসকলো৷ চন্দ্ৰ এই ৰাশিৰ অধিপতি৷ চন্দ্ৰৰ প্রভাৱতেই এই ৰাশিৰ জাতকসকল দেখাত সুন্দৰ হয়৷ ইয়াৰোপৰি এই ৰাশিৰ জাতকসকল শিল্পপ্ৰেমীও হয়৷ এওঁলোকে জীৱনত প্ৰচুৰ সমৃদ্ধি অৰ্জন কৰে৷ বিষ্ণুৰ আশীৰ্বাদত এই ৰাশিৰ জাতকসকলে সুখ সুবিধা লাভ কৰে৷ মূৰ দাঙি সমাজত জীয়াই থাকে এই ৰাশিৰ জাতসকল৷ বৃহস্পতিবাৰে বীজ মন্ত্ৰ জপ কৰিলে উন্নতিৰ পথো প্ৰশস্ত হয়৷ সমস্ত মনোকামনা পূৰণ হয়৷

তুলা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি তুলা বিষ্ণুৰ প্ৰিয় ৰাশিৰ মাজত অন্যতম৷ শুক্ৰ এই ৰাশিৰ অধিপতি৷ এই ৰাশিৰ লোকসকল ভাগ্যবান হয়৷ জীৱনত সমস্ত সুখ সুবিধা অৰ্জন কৰে এওঁলোকে৷ শাস্ত্ৰমতে এই ৰাশিৰ জাতকৰ ওপৰত বিষ্ণুৰ বিশেষ আশীৰ্বাদ থাকে৷ ইয়াৰ ফলত তেওঁলোকৰ জীৱন প্ৰচুৰ মান-সন্মান লাভ কৰে৷ এইসকল লোকে বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক৷ ইয়াৰোপৰি বিষ্ণুৰ আৰাধনা কৰিলে সুফল লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
Next Post
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে গৃহবন্দী কৰিছিল! কিয় এই আনন্দত ভাগ ল’ব খোজা নাছিল গান্ধীজীয়ে?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে গৃহবন্দী কৰিছিল! কিয় এই আনন্দত ভাগ ল’ব খোজা নাছিল গান্ধীজীয়ে?

খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

খৰধৰ কৰক বেছি দিন নাই! ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বেই কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.