• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

2 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

24 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

47 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

1 hour ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

editor by editor
June 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম অনুসৰি সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ নামত নিবেদিত৷ ইয়াৰ মাজতেই বৃহস্পতিবাৰৰ দিনটো শ্ৰীবিষ্ণুৰ নামত উৎসৰ্গিত৷ প্ৰচলিত বিশ্বাস অনুসৰি ধাৰণা অনুসৰি ভাগ্য যদি আপোনাৰ সৈতে নাথাকে তেন্তে চেষ্টা কৰিও নিজৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিব৷ বিষ্ণুৰ উপাসনা কৰিলে মনোবাঞ্চা পূৰণ হ’ব৷ শাস্ত্ৰ অনুসৰি বিষ্ণু হৈছে এই পৃথিৱীৰ ৰক্ষাকৰ্তা৷ তেওঁক আৰাধনা কৰিলে সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰা সম্ভৱ৷ বিষ্ণুক নাৰায়ণ নামেৰেও মতা হয়৷ বিভিন্ন পুৰাণত শ্ৰীবিষ্ণুক সকলো সময়তেই নাৰায়ণ নামেৰে অভিহিত কৰা হয়৷ কিন্তু নাৰায়ণ নামৰ অৰ্থ কি?

কিয় নাৰায়ণ নামেৰে মতা হয় শ্ৰীবিষ্ণুক?

পদ্মপুৰাণ অনুসৰি পানীত বাস কৰে শ্ৰীবিষ্ণুয়ে৷ সেয়ে তেওঁৰ পৰম ভক্ত নাৰদে সকলো সময়তে তেওঁক নাৰায়ণ নামেৰেই অভিহিত কৰে৷ নাৰায়ণ শব্দৰ অৰ্থ, ‘যাৰ প্ৰথম আবাস পানী’৷ বিষ্ণু পুৰাণ অনুসৰি ক্ষীৰসাগৰত বাস কৰিছিল বিষ্ণুৱে৷ সেই কাৰণেই তেওঁৰ আন এক নাম নাৰায়ণ৷ সংস্কৃতত পানীক কোৱা হয় নীৰ৷ নাৰায়ণ শব্দটো আহিছে নৰ আৰু অয়ন এই দুটি শব্দৰ পাৰ৷ নীৰৰ পৰাই নৰ শব্দটো আহিছে৷ পানী যাৰ বাসস্তান তেঁৱেই নাৰায়ণ৷ ক্ষীৰসাগৰত বাস কৰে বাবেই বিষ্ণুৰ আৰু এক নাম নাৰায়ণ৷

বিষ্ণু নামৰ অৰ্থ

বিষ্ণু নামৰ অৰ্থ হৈছে যাৰ চকু পদ্মফুলৰ দৰে৷ শ্ৰীবিষ্ণুৰ চকুদুটি পদ্মফুলৰ দৰেই সুন্দৰ৷ সেয়ে তেওঁৰ চকুক পদ্মলোচন বুলিও কোৱা হয়৷ বিষ্ণুৰ চাৰি হাতত থাকে শঙ্খ, চক্ৰ, গদা আৰু পদ্ম৷

হৰি নামৰ অৰ্থ

বিষ্ণু হৈছে বিশ্বৰ ৰক্ষাকৰ্তা৷ তেওঁ সকলোৰে পৰা সকলো দুখ হৰণ কৰি লয়৷ সকলোৱে দুখত তেওঁৰ নাম লয় বাবেই তেওঁৰ নাম হৰি৷

অচ্যুৎ নামৰ অৰ্থ

শ্ৰীবিষ্ণুৰ আৰু এক নাম হৈছে অচ্যুত৷ এই নামৰ অৰ্থ স্বৰ্গীয় পুৰুষ, তেওঁ অমৰ আৰু যাক কোনোৱে কোনো ধৰণে ধ্বংস কৰিব নোৱাৰে৷

পুৰুষোত্তম নামৰ অৰ্থ

শ্রীবিষ্ণুক পুৰুষোত্তম নামেৰেও অভিহিত কৰা হয়৷ পুৰুষোত্তম নামৰ অৰ্থ, যিয়ে সকলো পুৰুষৰ মাজত সৰ্বোপ্ৰকাৰে উত্তম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
Next Post
আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.