• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

2 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

4 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

4 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

5 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

6 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

7 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

7 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

8 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

11 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

12 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

editor by editor
September 4, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলিয়াই লাভ কৰিলে বিশেষ সন্মান, ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতীয় প্ৰতিভাক জনালে প্ৰণাম

বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ আলিয়া ভাট্ট। এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডে সমগ্ৰ বিশ্বতে নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে বাছি লোৱা শ্ৰেষ্ঠ ১০০ লোকৰ ভিতৰত অন্যতম হৈ পৰিছে আলিয়া। আলিয়াৰ খ্যাতিৰ এই নতুন খবৰ আহিছে ফ্ৰান্সৰ বিউটি ব্ৰেণ্ড ল’ৰিয়েলৰ পৰা। এই ব্ৰেণ্ডে আলিয়া ভাটক নিজৰ গ্ল’বেল ব্ৰেণ্ড এম্বেছাদৰ কৰিছে।

ল’ৰিয়েলৰ শেহতীয়া সংযোজন হৈছে আলিয়া ভাট্ট, যিয়ে নিজৰ আভ্যন্তৰীণ শক্তিক বিশ্বাস কৰা আৰু নিজৰ চৌপাশৰ জগতখন সলনি কৰাৰ ক্ষমতা থকা মহিলাসকলক উদযাপন কৰে। তেওঁক গ্ল’বেল ব্ৰেণ্ড এম্বেছাদৰ হিচাপে লোৱাৰ কাৰণ হৈছে আলিয়া ভাট্ৰৰ এটাতকৈ অধিক ভাষাৰ চিনেমাত কৰা কাম, দেশী-বিদেশী বঁটা আৰু সমালোচকৰ পৰা তেওঁৰ ছবিয়ে লাভ কৰা প্ৰশংসা।

ভায়োলা ডেভিছ, জেন ফণ্ডা, ইভা লংগোৰিয়া, কেণ্ডেল জেনাৰ, এলে ফেনিং আৰু কেমিলা কেবেলাৰ দৰে বিখ্যাত লোকৰ তালিকাত নতুন নাম আলিয়া ভাট্টৰ সংযোজনে ভাৰতীয় মনোৰঞ্জন জগতখনতো আলোড়নৰ সৃষ্টি কৰিবলৈ গৈ আছে।

আলিয়াই কয়, ‘ল’ৰিয়েল পেৰিছ পৰিয়ালৰ সদস্য হৈ মই কেৱল ৰোমাঞ্চিত হোৱাই নহয়, বিশ্বৰ কিছুমান শক্তিশালী ব্যক্তিত্বৰ কাষত থিয় দিয়াটোও এক অনন্য অভিজ্ঞতা। এই ব্ৰেণ্ডৰ নামটোৱেই হৈ পৰিছে মহিলা সবলীকৰণৰ প্ৰতিধ্বনি। ইয়াৰ সৈতে মইও সম্পৰ্ক স্থাপন কৰোঁ কাৰণ ইয়াৰ দ্বাৰা প্ৰতিগৰাকী মহিলাই ভিতৰৰ পৰা নিজকে অমূল্য আৰু শক্তিশালী অনুভৱ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alia bhattAlia Bhatt Actressbollywood actressIndian Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
বানপানী আৰু ভূমিস্খলন কিয় হ’ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

বানপানী আৰু ভূমিস্খলন কিয় হ'ব, খঙতে ৩০ বিষয়াক মৃ/ ত্যু/ দ/ ণ্ড/ৰ শাস্তি

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.