• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

2 years ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

4 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

4 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

4 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

5 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

5 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

6 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

6 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

7 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

7 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

9 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

10 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

editor by editor
August 12, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

পেৰিছ অলিম্পিকৰ সমাপনৰ পাছত এতিয়া ২০২৮ চনত ৪ বছৰৰ পাছত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতাক লৈ বহু কথা ওলাইছে। ৫টা নতুন খেল অন্তৰ্ভুক্ত কৰা হ’ব লছ এঞ্জেলছ অলিম্পিকত। ইয়াৰ ফলত অলিম্পিকৰ দৰ্শকৰ সংখ্যাও দুগুণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত বিশ্বৰ অন্যতম জনপ্ৰিয় খেল ফুটবল আৰু ক্ৰিকেট অন্যতম। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ক্ৰিকেটৰ লগতে বেছবল-চফটবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোয়াছক পৰৱৰ্তী অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ’ব।

এই সন্দৰ্ভত যোৱা বছৰৰ ১৬ অক্টোবৰত মুম্বাইতো আই অ’ চিৰ বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ফলত ক্ৰিকেটৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। এই খেলৰ জৰিয়তে বিশ্বৰ বহু দেশে অলিম্পিকত প্ৰৱেশ কৰিব।

ফ্লেগ ফুটবলৰ প্ৰৱৰ্তনৰ পিছত এনএফএলৰ তাৰকা খেলুৱৈসকলেও এই মেচসমূহত অংশগ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে, ১২৮ বছৰ পূৰ্বে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হৈছিল। যিটো পিছত অলিম্পিকৰ পৰা বাদ দিয়া হৈছিল। এতিয়া পুনৰ উভতি আহিছে ক্ৰিকেট।

আনহাতে অলিম্পিকত বক্সিঙৰ ভৱিষ্যতক লৈও যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অলিম্পিকৰ পৰা বক্সিং খেল বিধ আঁতৰাই পেলোৱা হ’ব পাৰে বুলি চৰ্চা চলিছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আই অ’ চি) আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনৰ সৈতে বিবাদ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketfootballLos Angeles OlympicNew Gameolympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
Next Post
এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ...! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.