• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

2 years ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

31 minutes ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

54 minutes ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

1 hour ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

5 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

5 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

5 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

6 hours ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

6 hours ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

7 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

7 hours ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

8 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

editor by editor
June 17, 2024
in জীৱনশৈলী, বিবিধ
0
কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

প্ৰেম এটা আচৰিত অনুভৱ, মাত্ৰ কথা ক’লেই মুখত হাঁহি বিৰিঙাই দিয়ে। প্ৰতিটো সম্পৰ্কতে প্ৰেম থাকিব লাগিব। ইয়াৰ ফলত সম্পৰ্কৰ আয়ুস বৃদ্ধি পায়। একে সময়তে প্ৰেম নথকা মানুহৰ মাজত দীৰ্ঘম্যাদী সম্পৰ্কৰ সম্ভাৱনাও কমি যায়। কাইলৈৰ ১৮ জুন তাৰিখ মঙলবাৰ প্ৰেমৰ ক্ষেত্ৰত বহু কেইটা ৰাশিৰ লোকৰ বাবে হ’বলৈ গৈ আছে বিশেষ-

১- বৃষ ৰাশি
বিবাহিত লোকৰ পাৰিবাৰিক জীৱন ভাল হ’ব পাৰে। যদি আপুনি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে মতানৈক্য সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে পুনৰবাৰ আপোনাৰ প্ৰেম জীৱনলৈ সুখ ঘূৰি আহিব। অবিবাহিত ছোৱালীৰ বাবে বিয়া নামিব পাৰে।
ভাগ্যৰ ৰং- গোলাপী, ভাগ্যৰ সংখ্যা- ৭

২- কৰ্কট ৰাশি
বিবাহিত লোকৰ জীৱন ৰোমান্টিক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীয়ে আপোনাক ২ৰ পৰা ৩ দিনৰ বাবে ক’ৰবালৈ নিয়াৰ পৰিকল্পনা কৰিব পাৰে। একে সময়তে সন্ধিয়া প্ৰিয়জনৰ লগত ডেটিঙতো যাব পাৰে।
ভাগ্যৰ ৰং- সেউজীয়া, ভাগ্যৰ সংখ্যা- ৯

৩- সিংহ ৰাশিৰ
দৈনন্দিন উত্তেজনাৰ পৰা আঁতৰি আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো ভাল লাগিব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা মানুহৰ বিবাহ নিশ্চিত কৰিব পাৰি।
ভাগ্যৰ ৰং- হালধীয়া, ভাগ্যৰ সংখ্যা- ৪

৪- বৃশ্চিক ৰাশি
মঙলবাৰে বৃশ্চিক ৰাশিৰ লোকে তেওঁলোকৰ প্ৰকৃত প্ৰেম ঘূৰাই পাব পাৰে। যদি যোৱা দুমাহৰ পৰা তিনিমাহত ব্ৰেকআপ হৈছিল তেন্তে সোনকালে পেচ আপ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনতো সুখ আহিব পাৰে। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত ঘনিষ্ঠতা বাঢ়িব।
শুভ ৰং- ৰঙা, ভাগ্যৰ সংখ্যা- ৮

৫- ধনু ৰাশি
দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা মানুহৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীয়ে আপোনাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। বিবাহিত মানুহে বাহিৰলৈ আহাৰ খাবলৈ যোৱাৰ কথা ভাবিব পাৰে।
ভাগ্যৰ ৰং- বাদামী, ভাগ্যৰ সংখ্যা- ৫

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: loveLove Rashifalrashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!
জীৱনশৈলী

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

May 9, 2026
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

May 9, 2026
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0
বাণিজ্য

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

May 9, 2026
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

May 9, 2026
Next Post
ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো...! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই…ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

কংগ্ৰেছৰ হিন্দুৰ ওপৰত আশ্বাস নাই...ৱায়নাডত প্ৰিয়ংকা প্ৰাৰ্থী হোৱাক লৈ বিশেষ মন্তব্য আচাৰ্য প্ৰমোদ কৃষ্ণমৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.