• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

5 months ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

27 minutes ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

6 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়

editor by editor
October 29, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
২০ বছৰ বয়সত ৬০ বছৰীয়াৰ দৰে বিষ, এই ৫ কাৰণতেই কমবয়সতে মেৰুদণ্ডৰ বিষ হয়
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসময়ত পিঠিৰ বিষ আছিল বয়স্কসকলৰ সমস্যা৷ কিন্তু এতিয়া এই যন্ত্ৰণাই সামৰি লৈছে তৰুণ প্ৰজন্মকো৷ প্ৰযুক্তি নিৰ্ভৰ জীৱনযাপন, ঘণ্টাৰ পাছত ঘণ্টা স্ক্ৰিণত চকু ৰাখি কাম কৰা আৰু শাৰীৰিক ব্যায়ামৰ অভাৱত আজিকালি প্ৰায় ২০ বছৰীয়া তৰুণৰো ৬০ বছৰীয়া ব্যক্তিৰ দৰে পিঠিৰ বিষ আৰম্ভ হৈছে৷ বিশেষজ্ঞসকলৰ মতে, অৱহেলা কৰিলে এই সমস্যাই ভৱিষ্যতে মেৰুদণ্ডৰ গুৰুতৰ ৰোগত পৰিণত হ’ব পাৰে৷

গৱেষণাত উদ্বেগজনক তথ্য

২০২৫ চনৰ ৰিচাৰ্ছগেট প্ৰতিবেদনত কোৱা হৈছে, ভাৰতত প্ৰায় ১৫ লাখ মানুহে মেৰুদণ্ডজনিত আঘাতত ভূগিছে৷ গ্লোবেল বাৰ্ডেন অফ ডিজিজ অনুসৰি ককালৰ বিষ বিশ্বজুৰি অকাল মৃত্যু আৰু কৰ্মক্ষমতা হ্ৰাসৰ অন্যতম কাৰণ৷ ভাৰতত মেৰুদণ্ডৰ আঘাতৰ সংখ্যা চীনৰ পাছতেই দ্বিতীয় স্থানত৷ ২০২৪ চনৰ এক সমীক্ষাত দেখা গৈছে ই লাৰ্নিং ডিভাইছ ব্যৱহাৰকাৰী ৬১শতাংশ স্কুলীয়া শিক্ষাৰ্থীয়ে ডিঙি আৰু পিঠিৰ বিষয় ভূগিছে৷ অন্যহাতে ৬০শতাংশ কৰ্মজীৱী মানুহে পিঠিৰ বিষত ভূগিছে৷

তৰুণসকলৰ পিঠি বিষৰ প্ৰধান কাৰণ

বাংগালুৰু মণিপাল হাস্পতালৰ মেৰুদণ্ড চাৰ্জন প্ৰধান ডাঃ বিদ্যাসাগৰ এছে কয়, ‘যদি তৰুণ বয়সতেই ক্ৰমাগত পিঠিৰ বিষ আৰম্ভ হয় তেতিয়া ৪০ বছৰত এই বিষ ৬০শতাংশ পৰ্যন্ত বাঢ়ি যাব পাৰে৷

১. ছাৰ্ভিকেল স্পণ্ডিলোচিছ(ডিঙিৰ আৰ্থ্ৰাইটিছ)

অতিৰিক্ত মোবাইল আৰু লেপটপ ব্যৱহাৰৰ ফলত ডিঙিৰ পেশী দুৰ্বল হৈ পৰে৷ এসময়ত ই ৫০ বছৰৰ পাছত দেখা গৈছিল কিন্তু এতিয়া ২০-৩০ বছৰ বয়সীয়া সকলৰ মাজতো দেখা গৈছে৷

২. অষ্টিঅ’পোৰোছিচ

ভিটামিন ডিৰ অভাৱ, অনিয়মিত খাদ্যভাষ আৰু অতিৰিক্ত ডায়েটিঙে তৰুণসকলৰ হাড় দুৰ্বল কৰিছে৷

৩. স্পাইনেল ষ্টেনোচিছ(মেৰুদণ্ডৰ কেনেল সংকোচন)

ভুল ব্যায়াম বা ভাৰোত্তোলনৰ ফলত তৰুণসকলৰ মেৰুদণ্ডৰ চাপ পৰিছে, তৈয়াৰ হৈছে বিষ আৰু স্নায়ুৰ সমস্যাৰ৷

৪. ফেছেট জয়েণ্ট আৰ্থ্ৰাইটিছ

অতিৰিক্ত ওজন আৰু অনিয়ন্ত্ৰিত জীৱনযাত্ৰা তৰুণসকলৰ আথ্ৰাইটিছৰ আশংকা বঢ়াইছে৷

৫. মেৰুদণ্ডৰ ডিস্ক ক্ষয় হৈছে

অফিচত ঘণ্টাৰ পাছত ঘণ্টা বহি থকা, ব্যায়ামৰ অভাৱ আৰু স্থুলতাই মেৰুদণ্ডৰ ডিস্ক ক্ষয় কৰিছে যি বিষৰ মূল কাৰণ৷

কেনেকৈ মেৰুদণ্ডক সুস্থ ৰাখিব?

একে স্থানত দীৰ্ঘক্ষণ বহি থকাই নহয়, বৰং শৰীৰক সক্ৰিয় ৰখা আৰু সুষম জীৱনযাপনেই মেৰুদণ্ডৰ স্বাস্থ্য ৰক্ষা কৰে৷ দিনত কেইবাবাৰো অৱস্থান পৰিবৰ্তন কৰক৷ কেতিয়াবা বহি আৰু কেতিয়াবা ঠিয় হৈ থাকক৷ মাজে মাজে খোজকাঢ়ক৷ প্ৰতিদিনে কিছু এক্সাৰছাইজো কৰক৷ সঠিক চেয়াৰ আৰু ডেস্ক ব্যৱহাৰ কৰক যাতে পিঠিত চাপ নপৰে৷ গধুৰ বস্তু ওঠাওতে সাৱধান হওক৷ যদি ঘনে ঘনে বিষ, ঝিনঝিননি অনুভৱ কৰে অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা  কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

মাহ শেষ হোৱাৰ আগতেই জেপ খালী? জাপানী পন্থা কাকেবু অনুসৰণ কৰিলেই বাঢ়িব সঞ্চয়

১-৩০ নৱেম্বৰৰ ভিতৰত সুখ, সৌভাগ্য লাভ কৰিব ৫ৰাশিয়ে, আৰ্থিক টনাটনি কাৰ কাৰ?

১-৩০ নৱেম্বৰৰ ভিতৰত সুখ, সৌভাগ্য লাভ কৰিব ৫ৰাশিয়ে, আৰ্থিক টনাটনি কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.