• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা

তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা

1 year ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

1 hour ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

2 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

2 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

2 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

3 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

3 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

4 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

4 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

4 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

5 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

6 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা

editor by editor
December 23, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা

দেশ তোলপাৰ লগোৱা এক ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত। কাহিনী কোনো চিনেমাৰ কাহিনীৰ দৰে। চোৰে লুটি লৈ গ’ল বেংক। মুঠ ৪০ টা বেংক লকাৰ ভাঙি চোৰৰ দলে লুটি নিলে কোটিৰ ঘৰত টকা। লক্ষ্মৌৰ ইণ্ডিয়ান অভাৰচিজ বেংকত সংঘটিত হয় এই ঘটনা।

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীৰ চোৰৰ ওপৰত তদন্ত। চোৰৰ পিছা কৰি আৰক্ষীৰ সৈতে চোৰৰ সংঘৰ্ষ। আৰক্ষীৰ এনকাউন্টাৰ। এনকাউন্টাৰত চোৰৰ দলটোৰ এজনৰ ভৰিত লাগে গুলি।

চোৰৰ দলটোৱে চোৰ কৰাৰ সকলো পৰিকল্পনা সুন্দৰ ভাৱে কৰিছিল। ঘটনাৰ সময়ত বেংকত গাৰ্ড নাছিল, কোন কোন স্থানত চিচি টিভি কেমেৰা আছিল, কিদৰে সহজে লকাৰ থকা স্থানলৈ যাব পাৰি ইয়াৰ সকলো তথ্য চোৰৰ দলটোৰ হাতত আছিল।

শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। দেওবাৰে বেংক বন্ধ থাকে সেয়ে চোৰে শনিবাৰে চোৰ কৰাৰ পৰিকল্পনা কৰে। চোৰৰ দলটোত ৪ জন সদস্য আছিল বুলি চিচি টিভি যোগে আৰক্ষীয়ে জানিব পৰা গৈছে।

শনিবাৰে নিশা ১২ বজাৰ পাছত চোৰে বেংকত প্ৰৱেশ কৰে। চিচি টিভিৰ ফুটেজ অনুসৰি- ১২,৩৫ ত বেকত প্ৰৱেশ আৰু পুৱা ৪ বজাত সকলো কাম সমাপন কৰি বেংকৰ পৰা বাহিৰ।

দেওবাৰে বিয়লি ১ মান বজাত আৰক্ষীয়ে জানিব পাৰে এই চুৰি কাণ্ডৰ বিষয়ে। ১,৩০ বজাত ঘটনাস্থলীত উপস্থিত হয় আৰু সন্ধিয়া ৬.৩ বজালৈ আৰক্ষী, স্নীফাৰ ডগ, ফৰেনচিক বিভাগে তথ্য পাতি গোটাই লৈ বেংক এৰে।

আজি সোমবাৰে পুৱাৰে পৰা আৰক্ষীয়ে চোৰৰ সন্ধানত নামি পৰে। সেই সময়তেই আৰক্ষীৰ সৈতে সংঘৰ্ষ হয় চোৰৰ দলটোৰ। সেই সংঘৰ্ষতেই এটা চোৰৰ ভৰিত গুলি লাগে। বাকি চোৰে পলাই সাৰিবলৈ সক্ষম হয়।

আঘাতপ্ৰাপ্ত চোৰ বৰ্তমানে আৰক্ষীৰ জিম্মাত হাস্পতালত ভৰ্তি। আটকাধীন চোৰ বিহাৰৰ অৰবিন্দ কুমাৰ।

এই সমষ্ট ঘটনাত বেংকৰ গাফিলতি পোহৰলৈ আহিছে। বেংকত নিৰাপত্তাৰ বাবে এজনো চকীদাৰ নাই। বেংকটোৰ বাহিৰত দুটা আৰু ভিতৰত চাৰিটা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। কিন্তু চোৰৰ ফুটেজ আহিছিল মাত্ৰ এটা কেমেৰাত। বাকী থকা কেমেৰাবোৰৰ কোণবোৰ ষ্ট্ৰং ৰুমৰ ফালে নাছিল। ইয়াৰ সুযোগ লৈছিল চোৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bank Dacoitbank LootBank RobberyLucknow Bank Robbery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?
জীৱনশৈলী

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

April 21, 2026
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

April 21, 2026
Next Post
মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত বৰষা, কন্যা সন্তানেৰে দুইৰ পৰা তিনি হ’ল বৰষা-ভাস্কৰ

মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত বৰষা, কন্যা সন্তানেৰে দুইৰ পৰা তিনি হ'ল বৰষা-ভাস্কৰ

শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.