• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

2 years ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

39 minutes ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

3 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

4 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

5 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

5 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

6 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

7 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

7 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

8 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

editor by editor
December 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুক্ৰ-শনিৰ অসাধাৰণ যুটিয়ে বছৰৰ শেষত সোণৰ দৰে জিলিকাব ৪ ৰাশিৰ ভাগ্য

ডিচেম্বৰৰ এই শেষ সপ্তাহত কুম্ভ ৰাশিত ট্ৰেনজিত কৰিব শুক্ত গ্ৰহই। এই সময়ত শনি গ্ৰহও কুম্ব ৰাশিতে আছে। শনিয়ে বৰ্তমান কুম্ভ ৰাশিত নিজকে ৰাখি শশ ৰাজযোগ গঠন কৰিছে।

২০২৪ চনৰ শেষ সপ্তাহত শুক্ৰ আৰু শনিৰ এই সংমিশ্ৰণে বিভিন্ন ৰাশিৰ লোকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাবলৈ গৈ আছে। শুক্ৰ আৰু শনিৰ এই বিশেষ সংযোগে অতিকে ভাল লাভ কৰিব ওলাইছে ৪ ৰাশিৰ লোকৰ।

মিথুন ৰাশি-
নিজৰ কৰ্মশৈলী সলনি কৰি কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতি পাব। এই সপ্তাহত আপুনি আপোনাৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। বিশেষকৈ ড্ৰাগছ ব্যৱসায়ীসকলে লাভৱান হ’ব। সপ্তাহৰ মাজভাগত আপুনি আত্মসমালোচনাৰ পৰা আৱেগিক সন্তুষ্টি লাভ কৰিব। সপ্তাহৰ শেষত নিজৰ বুদ্ধিমত্তাৰ বাবে ভুল সিদ্ধান্ত ল’ব পাৰে।

কৰ্কট ৰাশি-
সপ্তাহত আপুনি শাৰীৰিক আৰু মানসিক সকাহ পাব। গোটেই সপ্তাহটোত ব্যৱসায় বহুত ভাল হ’ব। আপুনি উপলব্ধি কৰিব পাৰে যে ধন বা ব্যৱসায় জীৱনৰ প্ৰগতিৰ পৰিমাপ, কিন্তু সেয়া জীৱনৰ সকলো নহয়। সপ্তাহৰ মাজভাগত কৰ্মক্ষেত্ৰত আপোনাৰ শলাগ লোৱা হ’ব। বৃদ্ধ লোকসকল স্বাস্থ্য সচেতন হোৱা উচিত।

সিংহ ৰাশি-
এই সপ্তাহৰ পৰাই সিংহ ৰাশিৰ জীৱনত মহান সময় আৰম্ভ হ’ব। আকাংক্ষিত সকলো বস্তু আপোনাৰ হাতৰ মুঠিত আহিব। কৰ্ম দক্ষতাৰ ফল পাব। সপ্তাহৰ মাজভাগত কৰ্মক্ষেত্ৰত কিছুমান নতুন চুক্তি কৰিব পাৰে। সপ্তাহৰ শেষত ভ্ৰমণ কৰিব পাৰে।

মীন ৰাশি-
এই সপ্তাহত ব্যৱসায় বহুত ভাল হ’ব। পেছাদাৰী বিষয়ত অপ্ৰয়োজনীয়ভাৱে পলম নকৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। কৰ্মক্ষেত্ৰত অগ্ৰগতি পলম হ’লে নিৰুৎসাহিত নহ’ব। সপ্তাহৰ মাজভাগলৈকে আপোনাৰ সামগ্ৰিক পৰিকল্পনা আৰু অক্লান্ত কামে সফলতা কঢ়িয়াই আনিব। পৰিয়ালত নতুন সদস্যৰ সংযোজন অতি শক্তিশালী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyLucky RashiRashiSukra Sani Yog
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা
বিনোদন

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

October 3, 2026
Next Post
বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.