• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

2 years ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

20 minutes ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

29 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

48 minutes ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

1 hour ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

2 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

3 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

3 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

5 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

5 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

7 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

8 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

editor by editor
December 23, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত
0
SHARES
557
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

বিবাহ পাশত আৱদ্ধ ভাৰতীয় বেডমিন্টন তাৰকা পি ভি সিন্ধু। ৰাজস্থানৰ যোধপুৰত পিভি সিন্ধুৱে বন্ধু ভেংকট দত্ত ছাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটেও এই বিবাহ অনুষ্ঠানত অংশ লয়।

সম্পূৰ্ণ গোপনে ৰখা এই বিবাহৰ বৰ্তমানে কেৱল এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিয়াৰ পূৰ্বে ১৪ ডিচেম্বৰত দুয়োৰে এংগেজমেণ্ট হৈছিল, যাৰ তথ্য সিন্ধুৱে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত সদৰি কৰিছিল।

ফটো খন সদৰি হোৱাৰ পাছতে সকলো অনুৰাগীয়ে বিবাহৰ কথা জানিব পাৰে। ফটো খন দেখি ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ আভাস বিয়াত দেখা যায়।

https://x.com/gssjodhpur/status/1871047784058523882

ফটোখন যোধপুৰৰ সাংসদ গজেন্দ্ৰ সিং শ্বেখাৱাটে তেওঁৰ অফিচিয়েল ‘এক্স’ হেণ্ডেলত শ্বেয়াৰ কৰি লিখিছে, “যোৱা সন্ধিয়া আমাৰ বেডমিণ্টন চেম্পিয়ন অলিম্পিয়ান পিভি সিন্ধু আৰু ভেংকট দত্ত ছাইৰ বিয়াত অংশগ্ৰহণ কৰি তেওঁলোকৰ নতুন জীৱনৰ বাবে শুভেচ্ছা জনালোঁ।”

পি ভি সিন্ধুয়ে স্বামী ৰূপে বৰণ কৰা ভেংকট দত্ত ছাই হায়দৰাবাদত বাস কৰে আৰু তেঁও প’ছিডেক্স টেকন’লজিছত জ্যেষ্ঠ পদত কাম কৰে। ভেংকট বিত্ত, তথ্য বিজ্ঞান আৰু সম্পত্তি ব্যৱস্থাপনাৰ সৈতে জড়িত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Badminton playerIndian Badminton playerP V Sindhu Weddingpv sindhuviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
Next Post
বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.