• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

2 years ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

1 hour ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

1 hour ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

2 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

2 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

3 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

4 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

4 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

6 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

6 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

7 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

7 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

editor by editor
December 23, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত নাম ৩ গৰাকী ভাৰতীয়, তালিকাত স্থান বিত্তমন্ত্ৰীৰো

বিখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰিছে বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকা। এই তালিকাত ৩ গৰাকী ভাৰতীয় মহিলাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে, য’ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নাম শীৰ্ষত আছে।

একেৰাহে তৃতীয়বাৰৰ বাবে ফৰ্বছৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিত্তমন্ত্ৰীগৰাকী। ফৰ্বছে তেওঁক শীৰ্ষ ১০০ ৰ ভিতৰত ২৮ নম্বৰত স্থান দিছে। আনহাতে ২০২২ চনত তেওঁ ৩৬ নম্বৰ আৰু ২০২৩ চনত ৩২ নম্বৰ স্থান লাভ কৰিছিল।

এই তালিকাৰ দ্বিতীয় নাম হ’ল এইচ চি এলৰ অধ্যক্ষ ৰোশনী নাদাৰ মালহোত্ৰাৰ। ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত ৮১ নম্বৰ স্থানত আছে ৰোশনী। আনহাতে বয়কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ শ্ব’ ৮২ নম্বৰ স্থান লাভ কৰি দেশৰ তৃতীয় শক্তিশালী মহিলা।

২০১৯ চনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেবিনেট মন্ত্ৰী হৈছিল। ইয়াৰ পূৰ্বে ২০১৭-২০১৯ চনলৈকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, ইয়াৰ সৈতে তেওঁ দেশৰ ভিতৰতে দ্বিতীয়গৰাকী মহিলা হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নেতৃত্বত ভাৰত আজি ৪ ট্ৰিলিয়ন ডলাৰেৰে বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি।

এইচ চি এল কোম্পানীটোৰ ৪৩ বছৰীয়া স্বত্বাধিকাৰী ৰোশনী নাদাৰ মালহোত্ৰাৰ নাম ফৰ্বছৰ তালিকাত ৮১ নম্বৰত। আপোনালোকক কওঁ যে এইচ চি এল দেশৰ বিখ্যাত টেক কোম্পানী সমূহৰ ভিতৰত গণ্য কৰা হয়। ৰোশনী হৈছে দেশৰ প্ৰথমগৰাকী মহিলা যিয়ে টেক কোম্পানী এটাৰ নেতৃত্ব দিছে।

ৰোশনী এইচ চি এল টেক আৰু এইচ চি এল কৰ্পৰেশ্যনৰ স্বত্বাধিকাৰী। ৰোশনীৰ পিতৃ শিৱ নাদৰে ১৯৭৬ চনত কোম্পানীটোৰ ভেটি স্থাপন কৰিছিল। ৰোশনীয়ে পিতৃৰ উত্তৰাধিকাৰ ১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিছে। ২০২০ চনত এইচ চি এলৰ দায়িত্ব লৈছিল ৰোশনীয়ে। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ৰোশনীৰ সম্পত্তিৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকা।

ফৰ্বছ ২০২৪ৰ তালিকাত কিৰণ মজুমদাৰ শ্ব’ৰ স্থান ৮২ নম্বৰ। ১৯৭৮ চনত কিৰণে বয়কনৰ ভেটি স্থাপন কৰিছিল, তেওঁৰ কোম্পানীয়ে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰে আৰু ২০২২ চনত বয়কন বায়’লজিক্সে আমেৰিকাৰ ঔষধ নিৰ্মাতা কোম্পানীটোৰ বায়’চিমিলাৰ ব্যৱসায় ৩.৩ বিলিয়ন ডলাৰত ক্ৰয় কৰে।

পাছে কোনে লাভ কৰিছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মহিলাৰ স্থান ! তেখেত হৈছে উৰ্চুলা ভন ডেৰ লেয়েনৰ নাম। বেলজিয়ামৰ বাসিন্দা উৰ্চুলা ইউৰোপৰ এগৰাকী সুপৰিচিত ৰাজনৈতিক ব্যক্তিত্ব। ২০২৪ চনৰ জুলাই মাহত তেওঁ দ্বিতীয়বাৰৰ বাবে ইউৰোপীয় আয়োগৰ অধ্যক্ষ নিৰ্বাচিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 powerful womenIndian Womentop 100 women
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
Next Post
বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

বিবাহ পাশত আৱদ্ধ পি ভি সিন্ধু, বিয়াৰ প্ৰথম ফটো ভাইৰেল সামাজিক মাধ্যমত

বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.