• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

1 month ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

16 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

17 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

18 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

18 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

19 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

20 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

20 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

21 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

21 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

editor by editor
January 29, 2026
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাঘী পূৰ্ণিমা বা মাঘ পূৰ্ণিমা হৈছে মঘানক্ষত্ৰাযুক্ত মাঘ মাহত পূৰ্ণিমা তিথি আৰু হিন্দু আৰু বৌদ্ধসকলৰ এটা ধৰ্মীয় উৎসৱ৷ চন্দ্ৰ, গুৰু আৰু শনি তিনিটা গ্ৰহই অশ্লেষা নক্ষত্ৰত তেওঁলোকৰ নিজস্ব ৰাশিত উপস্থিত থাকে৷ এইদিনটোত গৌতম বুদ্ধই তেওঁৰ পৰিভ্ৰমণৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰোপৰি কথিত আছে যে এই তিথিত দেৱতাসকলে মৰ্ত্যলোক ভ্ৰমণ কৰিব পাৰে৷

সনাতন ধৰ্মত মাঘ পূৰ্ণিমাক অত্যন্ত পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ কাৰণ এইদিনটোত চন্দ্ৰ দেৱতাই তেওঁৰ পূৰ্ণ দশাত থাকে৷ ইয়াৰোপৰি ই মাঘ মাহৰ শেষ দিনত আৰু এই পূৰ্ণিমা মাঘী পূৰ্ণিমা নামেৰেও পৰিচিত৷ মাঘ পূৰ্ণিমাত গা ধোৱা, দান কৰা আৰু জপ কৰা অত্যন্ত ফলদায়ক৷ বিশ্বাস কৰা হয় যে মাঘ মাহত সমস্ত দেৱ-দেৱীয়ে গংগা স্নান কৰিবলৈ পৃথিৱীলৈ আহে৷

এইবছৰ মাঘী পূৰ্ণিমা পৰিছে ১ ফেব্ৰুৱাৰীত৷ ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই তাৰিখটো অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হয়৷ এইদিনটোত কেইবাটাও শুভ গ্ৰহৰ বিৰল সংযোগ ঘটিছে৷ যিয়ে মাঘ পূৰ্ণিমাৰ গুৰুত্বক আৰু বঢ়াই তুলিছে৷

দৃক পঞ্চাঙ্গ অনুসৰি, মাঘ পূৰ্ণিমাৰ দিনা প্ৰীতি যোগ, আয়ুষ্মান যোগ, পুষ্যা নক্ষত্ৰ, ৰবি পুষ্য যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ সংযোগ ঘটিছে৷ এই শুভ যোগসমূহৰ প্ৰভাৱত কেইবাটাও নিৰ্দিষ্ট ৰাশিৰ জাতক জাতিকাৰ ওপৰত বিশেষভাৱে অনুভূত হব পাৰে৷ বিশ্বাস কৰা হয় যে এই যোগসমূহৰ প্ৰভাৱত জীৱনত বহু সমস্যাৰ সমাধান হব আৰু সৌভাগ্যৰ নতুন দ্বাৰ উন্মোচিত হব৷ এই দিনটো বিশেষকৈ চাৰিটা ৰাশিৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে৷ জানি থওক কাৰ কাৰ সু-সময় আৰম্ভ হব৷

মেষ ৰাশি

মেষ ৰাশিৰ বাবে মাঘ পূৰ্ণিমাই সাফল্য কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম এতিয়া ফলপ্ৰসূ হব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত ভাল ফল লাভৰ সম্ভাৱনা আছে৷ যিকোনো শুভ কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ লাভৰ সুযোগ আহিব পাৰে৷

মিথুন ৰাশি

এই পূৰ্ণিমাত মিথুন ৰাশিৰ বাবে ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হব৷ ৰৈ থকা কাম সম্পন্ন হব পাৰে৷ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই লাভৰ সম্ভাৱনা আছে৷ জীৱনৰ চলমান সমস্যাসমূহৰ সমাধান হব পাৰে৷ এই সময়ত আপোনাৰ কথাত সংযম বজায় ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ হব৷ আপুনি যদি কোনো নতুন প্ৰকল্পৰ কাম কৰি আছে তেন্তে সফল হোৱাৰ সম্ভাৱনা আছে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে এই সময়ত তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱাৰ সময়৷ আপোনাৰ নিষ্ঠা আৰু প্ৰচেষ্টাৰ ফলত আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় অনুকূল হব৷ সমাজ আৰু কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কোনো ডাঙৰ চুক্তি বা সুযোগৰ কাৰণে অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

মাঘ পূৰ্ণিমাত ধনু ৰাশিৰ বাবে নতুন সুযোগ আহিব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত নতুন সুযোগ আহিব৷ পৰিকল্পনাত সফল হব পাৰে৷ বিনিয়োগ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা পাব৷ ব্যক্তিগত সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.