• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

8 months ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

14 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

43 minutes ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

2 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

3 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

3 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

6 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

22 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

22 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

editor by editor
March 10, 2026
in জীৱনশৈলী
0
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাশিচক্ৰৰ শেষ ৰাশি মীন৷ সূৰ্যই এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ অৰ্থাৎ ৰাশিচক্ৰৰ ১২টা ৰাশিলৈ ঘূৰি আহিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ সেই হিচাপত সম্পূৰ্ণ এবছৰ পাছত মীন ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ আগন্তুক ১৫ মাৰ্চত সূৰ্যই মীন ৰাশিত পূৰ্বৰে পৰাই অৱস্থান কৰিছে শুক্ৰ আৰু শনিয়ে৷ জানি থওক মীন ৰাশিত তিনি গ্ৰহ কাষলৈ আহিলে ভাগ্য খুলিব কাৰ কাৰ?

বৃষ ৰাশি

বৃষ ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব, সম্পদ বৃদ্ধি হব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷ সামাজিক মিলামিছা বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ বেচৰকাৰী চাকৰিয়ালে ডাঙৰ সাফল্য লাভ কৰাৰ যোগ আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ শুভ প্রভাৱত মিথুন ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতিৰ জোৱাৰ আহিব৷ ডাঙৰ কোনো সন্মান লাভ কৰিব পাৰে৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময় অত্যন্ত শুভ, প্ৰমোছন পাব পাৰে৷ ডাঙৰ কোনো কামৰ দায়িত্ব পাব পাৰে৷ আয় বাঢ়িব৷ বিশেষ কাৰোবাৰ সহায়ত ডাঙৰ সাফল্য পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ শিক্ষা আৰু আধ্যাত্মিকতা সম্পৰ্কিত কামত সাফল্য পাব৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ দেশৰ ভিতৰতেই দূৰৈৰ কৰোবাত যাত্ৰা কৰাৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷ পূৰ্বে কৰা কামৰ সুফল পাব৷ চিকিৎসা শাস্ত্ৰৰ সৈতে যিসকল যুক্ত তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সাহস বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ভাল হব৷ ইয়াৰোপৰি ভ্ৰমণ কৰিব পাৰে৷ সংবাদমাধ্যম আৰু সাহিত্যচৰ্চাৰ সৈতে যুক্ত ব্যক্তিয়ে সাফল্য পাব৷ চৰকাৰী কামতো সাফল্য লাভৰ যোগ আছে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!
জীৱনশৈলী

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
Next Post
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.