• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

7 months ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

16 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

1 hour ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

2 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

5 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

5 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

7 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

8 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

8 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

9 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

9 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

editor by editor
March 10, 2026
in জীৱনশৈলী
0
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
0
SHARES
767
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰই ১৫ মাৰ্চ ২০২৬ত ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত শুক্ৰক সুখ, সম্পদ, প্ৰেম, বিলাসিতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ শুক্ৰই যেতিয়া কোনো নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ পৰে প্ৰায় সকলো ৰাশিৰ জীৱনতেই৷ আৰ্থিক আৰু পাৰিবাৰিক জীৱন, সৰ্বত্ৰ প্ৰভাৱ পৰে৷ জ্যোতিষ গণনাই কৈছে যে ৰেৱতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে পাঁচ ৰাশিৰ জাতকৰ জীৱনত ক্ষতি কৰিবও পাৰে৷ কোন কোন ৰাশিৰ জাতকৰ বিপদৰ সম্ভাৱনা আছে?

মেষ ৰাশি

শুক্ৰৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশে মেষ ৰাশিৰ জাতকৰ ব্যয়ৰ পৰিমাণ কেইবাগুণো বঢ়াই দিব পাৰে৷ এই সময়ত বিলাসিতা আৰু অতিৰিক্ত খৰচে বিশেষ প্ৰভাৱ পেলাব৷ এই সময়ত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক৷ বৃহৎ ক্ষতিৰো সম্ভাৱনা আছে৷ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাই ভাল৷ বাজেট মানি চলাৰ চেষ্টা কৰক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ ৰাশিৰ পৰিবৰ্তনে ভাগ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ ফলত কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে৷ এই সময়ত শেষ মুহূৰ্তত কোনো কামত ব্যাঘাত ঘটিব পাৰে৷ ফলত আৰ্থিক ক্ষতিও হব পাৰে৷ পিতৃৰ সৈতে বিৰোধ হব পাৰে৷ গুৰুত্বপূৰ্ণ নথিপত্ৰত স্বাক্ষৰ কৰাৰ পূৰ্বে ভালকৈ পৰীক্ষা কৰি লওক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰে অষ্টম ঘৰৰ প্ৰভাৱো আৰু বঢ়াই তুলিব পাৰে৷ যিয়ে অপ্ৰত্যাশিতভাৱে জীৱনৰ নানান ক্ষেত্ৰত বাধা তৈয়াৰ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি আৰু সুনাম নষ্ট হব পাৰে৷ গুপ্ত শত্ৰুৰ কাৰণে ব্যৱসায়ত বৃহৎ ক্ষতি হব পাৰে৷ স্বাস্থ্যৰ বাবেও অৰ্থ ব্যয় কৰিবলৈ গৈ ছেভিংছ শেষ হব পাৰে৷ এই সময়ত কাৰোবাক ধন ধাৰ দিয়াৰ পৰা বিৰত থাকক৷ কাৰণ সেই টকা উভতাই পোৱা খুবেই কঠিন হৈ পৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ প্ৰভাৱত গৃহস্থালী আৰু বাহনৰ বাবে খৰচ বাঢ়িব৷ অবাঞ্ছিত খৰচ কেইবাগুণো বাঢ়িব পাৰে৷ ৰিয়েল এষ্টেট সম্পৰ্কিত ব্যৱসায়ত থাকিলে আৰ্থিক সমস্যাত ভূগিব পাৰে৷ পাৰিবাৰিক দ্বন্দ্বই আপোনাৰ দক্ষতাৰ ওপৰত প্ৰভাৱ পেলাব৷ যিয়ে আপোনাৰ আয়ৰ ওপৰত প্ৰভাৱ পেলাব৷ এই সময়ত ঘৰৰ সংস্কাৰ বা নতুন ক্ৰয় বিক্ৰয়ৰ প্লেন থাকিলে বুদ্ধিৰ সৈতে ধন খৰচ কৰক৷ অন্যথা লোকচান হব পাৰে৷

মীন ৰাশি

ৰেৱতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত মীন ৰাশিৰ জাতকৰ জীৱনত বিলাসিতা বৃদ্ধি পাব পাৰে৷ আৱেগৰ প্ৰভাৱত লোৱা যিকোনো আৰ্থিক সিদ্ধান্ত ব্যয়বহুল প্ৰমাণিত হব পাৰে৷ মূল্যবান সামগ্ৰী হেৰুওৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ বিলাসবহুল জীৱনত নিয়ন্ত্ৰণ অত্যন্ত গুৰুত্বপূৰ্ণ৷ নিজক নিজেই কন্ট্ৰল কৰি চলক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.