• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

6 months ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

54 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

2 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

4 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

5 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

6 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

6 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

7 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

editor by editor
October 11, 2025
in জীৱনশৈলী
0
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১৩ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহ কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব সূৰ্যই৷ তাত পূৰ্বৰে পৰাই অৱস্থান কৰিছে বুধে৷ সূৰ্য আৰু বুধৰ মিলনৰ ফলত তুলা ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ বৈদিক জ্যোতিষ অনুসৰি বুধ আৰু সূৰ্য একত্ৰ হ’লে জাতকৰ জ্ঞান, বুদ্ধি, সন্মান আৰু সম্পদ বৃদ্ধি পায়৷ আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ পাব৷ জানি থওক ১৩ ৰ পৰা ১৯অক্টোবৰৰ ভিতৰত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগন্তুক সপ্তাহত সুখ আৰু সৌভাগ্য লৈ আহিছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ নতুন সপ্তাহত আপুনি মাটি ঘৰৰ পৰা লাভৱান হ’ব পাৰে৷ ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাৱি লওক৷ বহু দিন ধৰি নতুন মাটি বা ঘৰ ক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে৷

কৰ্কট ৰাশি

১৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সপ্তাহ শুভ আৰু লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ নিজৰ সময় আৰু এনাৰ্জি যথাযথভাৱে ব্যৱহাৰ কৰিলে সাফল্য পাব৷ কোনো পৰিকল্পনা অবিহনেই ডাঙৰ কোৱো কাম সম্পূৰ্ণ কৰিব পাৰে৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সহায় পাব৷

ধনু ৰাশি

নতুন সপ্তাহত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই নিজৰ পৰিকল্পনামতে সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে৷ ঘনিষ্ঠ বন্ধুৰ সহায় পাব৷ নতুন ঘৰ কিনিব পাৰে বা উপহাৰ পাব পাৰে৷ বিৰোধীয়ে চেষ্টা কৰিও আপোনাৰ ক্ষতি কৰিব নোৱাৰিব৷ পৈতৃক সম্পত্তিত জটিলতা দূৰ হ’ব৷

কুম্ভ ৰাশি

অক্টোবৰৰ এই সপ্তাহত নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব কুম্ভ ৰাশিৰ জাতকে৷ স্বাস্থ্য আৰু পাৰিবাৰিক সম্পৰ্ক ভালে থাকিব৷ পৰিয়ালৰ কাৰোবাৰ কথা আঘাত পাব পাৰে৷ কিন্তু প্ৰতিক্ৰিয়া নিদিয়াটোৱেই ভাল, ইয়াত পৰিস্থিতি আৰু বেয়া হ’ব পাৰে৷ হাতলৈ অহা সুযোগৰ সদ্ব্যৱহাৰ কৰক৷

মীন ৰাশি

বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত নতুন সপ্তাহত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে৷ সকলো কামতে উৎসাহ আৰু এনাৰ্জি পাব৷ আৰ্থিক ভাৱে লাভ কৰাৰ একাধিক পথ আপোনাৰ সন্মুখত খুলি যাব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যক কাষত পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

কেতুৰ খুবেই পছন্দৰ এই ৫ৰাশি, অশুভ গ্ৰহে এওঁলোকক দিয়ে ভাৱিব নোৱৰা সাফল্য

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

আমাক মিঠাতেল নালাগে, মাটি আছে সৰিয়হ খেতি কৰি মিঠাতেল ওলিয়াই লম, আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন ক্ষেত্ৰত উপস্থিত জনতাৰ স্পষ্ট মত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.