• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত মঙ্গলৰ গোচৰ, নৱপঞ্চম যোগত সপোন পূৰণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত মঙ্গলৰ গোচৰ, নৱপঞ্চম যোগত সপোন পূৰণ হ’ব এই ৫ৰাশিৰ জাতকৰ

6 months ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

8 minutes ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

35 minutes ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

5 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

23 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত মঙ্গলৰ গোচৰ, নৱপঞ্চম যোগত সপোন পূৰণ হ’ব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত মঙ্গলৰ গোচৰ, নৱপঞ্চম যোগত সপোন পূৰণ হ’ব এই ৫ৰাশিৰ জাতকৰ

editor by editor
September 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত মঙ্গলৰ গোচৰ, নৱপঞ্চম যোগত সপোন পূৰণ হ’ব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ৮ ছেপ্টেম্বৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত তুলা ৰাশিত গোচৰ কৰিব মঙ্গলে৷ শুক্ৰৰ ৰাশি তুলাত মঙ্গলৰ প্ৰৱেশৰ ফলত তাৰ প্ৰভাৱ লক্ষ্য কৰা যাব বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত৷ ইয়াৰোপৰি আৰম্ভ হ’বলগীয়া সপ্তাহত গঠিত হব নৱপঞ্চম যোগ৷ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত এই সকলো শুভ যোগৰ প্ৰভাৱ জ্যোতিষ গণনা অনুসৰি কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ সম্পদ, সন্মান আৰু সাফল্য আহিব৷ কৰ্কট আৰু তুলাসহ ৫ৰাশিৰ জাতকে আগন্তুক সপ্তাহত সকলো কামতেই সাফল্য লাভ কৰিব৷ বিশেষকৈ আৰ্থিকভাৱে তেওঁলোকে উন্নতি কৰিব পাৰিব৷ জানি থওক ৮ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰৰ ভিতৰত ধনলক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

নতুন সপ্তাহ উৎসাহ আৰু এনাৰ্জিৰে ভৰপুৰ হব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি ধৈৰ্য সহকাৰে সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো মহিলা বন্ধুৰ সহায় পাব পাৰে৷ বাকী থকা কাম সম্পূৰ্ণ হব৷ কোনো বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷ দাম্পত্য জীৱনত মাধুৰ্য থাকিব৷

কৰ্কট ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত নানান দিশৰ পৰা শুভ ফল পাব কৰ্কট ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ দীৰ্ঘদিনৰ কোনো সপোন পূৰণ হব পাৰে৷ সঠিক পথেৰে চেষ্টা চলালে তাৰ ফল নিশ্চয় পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে আগন্তুক সপ্তাহত কেৰিয়াৰত আশাতীত সাফল্য  পাব পাৰে৷ কৰ্মসূত্ৰে দূৰ যাত্ৰা কৰিব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম আৰু সুখ থাকিব৷ সংগীৰ মনৰ কথা বুজাৰ চেষ্টা কৰক৷ কৰোবালৈ ছুটি কটাবলৈ যাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি লৈছে, তেওঁলোকৰ বাবে শুভ সময়৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহত নৱপঞ্চম যোগৰ প্ৰভাৱত বেছ আনন্দেৰে কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ কৰ্মসূত্ৰে কৰা যাত্ৰা লাভজনক হব৷ সন্তানৰ কোনো সমস্যাৰ সমাধান আপুনি সহজেই বিচাৰি পাব৷ ব্যক্তিগত জীৱনত সুখ থাকিব৷ স্বাস্থ্য ভালে থাকিব৷

কুম্ভ ৰাশি

৮ৰ পৰা ১৪ ছেপ্টেম্বৰৰ ভিতৰত সপ্তাহটো আনন্দেৰে কটাব কুম্ভ ৰাশিৰ জাতকে৷ নিজৰ কামত মনোনিৱেশ কৰক৷ অন্যৰ কামৰ মাজত নোসোমাব৷ এই সপ্তাহত পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ বন্ধুৰ সৈতে ভুল বুজাবুজি হলেও সেয়া দূৰ হব৷ কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

স্থান পৰিবৰ্তন কৰিব শুক্ৰই, ১৫ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এই ৩ৰাশিৰ

সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ নিজেই কৰিব লাগে, কিয় কৰিব লাগে এই শ্ৰাদ্ধ? কাৰণ জানিলে আচৰিত হ’ব আপুনি

সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ নিজেই কৰিব লাগে, কিয় কৰিব লাগে এই শ্ৰাদ্ধ? কাৰণ জানিলে আচৰিত হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.