• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

3 weeks ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

6 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

6 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

8 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

10 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

10 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

11 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

12 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

editor by editor
March 12, 2026
in জীৱনশৈলী
0
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ গোচৰে এজন ব্যক্তিৰ জীৱনৰ ঘটি যোৱা পৰিবৰ্তনসমূহক প্ৰতিফলিত কৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া এদিনত একাধিক গ্ৰহই অৱস্থান পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱত মহাজাগতিক শক্তিৰ আকাৰত অনুভূত হয়৷ পঞ্জিকা অনুসৰি ১৫ মাৰ্চ এক গুৰুত্বপূৰ্ণ দিন৷ এইদিনটোত সূৰ্য, শুক্ৰ আৰু চন্দ্ৰই একেলগে নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ এই দিনটোত তিনিটা প্ৰধান গ্ৰহ গোচৰ কৰিব৷ সূৰ্যই মীন ৰাশিত প্ৰৱেশ কৰিব৷ যি আত্মবিশ্বাস আৰু জীৱনৰ এক নতুন দিশৰ প্ৰতীক৷

শুক্ৰই ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব, যি প্ৰেম, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক৷ চন্দ্রই শ্ৰাৱণ নক্ষত্ৰত প্ৰৱেশ কৰিব যিয়ে মন আৰু আৱেগক নিয়ন্ত্ৰণ কৰে৷ এই অনন্য সমন্বয় মানসিক ভাৰসাম্য, উন্নত সিদ্ধান্ত গ্ৰহণ আৰু সৃজনশীলতাৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ যদিও প্ৰতিজন ব্যক্তিৰ জন্ম তালিকাত এই গ্ৰহসমূহৰ প্ৰভাৱত বেলেগ বেলেগ কিন্তু এই সময়ত নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে ই বিশেষভাৱে ফলপ্ৰসূ হ’ব৷

এই ৩ ৰাশিৰ জাতকে সাফল্য অৰ্জন কৰিব পাৰে

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে সুসংগত হ’ব৷ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত আনন্দদায়ক পৰিবৰ্তন অনুভূত হ’ব৷ সম্পৰ্কৰ যিকোনো দূৰত্ব কমি যাব পাৰে৷ আপুনি যদি আপোনাৰ চাকৰি বা ব্যৱসায় কোনো নতুন প্ৰকল্পৰ পৰিকল্পনা কৰি আছে তেন্তে এই সময় শুভ প্ৰমাণিত হ’ব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে কঠোৰ পৰিশ্ৰম কৰিলে এই সময়ত ফল পাব৷ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বাধাৰ সন্মুখীন হৈ থাকে তেন্তে এইসমূহ এই সময়ত সমাধান পাব৷ বিনিয়োগ আৰু সম্পত্তি সংক্ৰান্তিয় সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উপকাৰী হ’ব৷ এই গোচৰে শিক্ষাৰ্থীৰ বাবে উৎসাহ আৰু নতুন অনুপ্ৰেৰণাও আনি দিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে নতুন কেৰিয়াৰৰ সুযোগ আহিব পাৰে৷ মিডিয়া, শিক্ষা আৰু সৃজনশীল ক্ষেত্ৰত যিসকল আছে তেওঁলোকে বিশেষকৈ তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব৷ আৰ্থিক বিষয়ত বিচক্ষণ আৰু ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰিলে সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.