• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

4 months ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

30 minutes ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

1 hour ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

2 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

5 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

5 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

6 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

7 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

7 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

editor by editor
March 12, 2026
in জীৱনশৈলী
0
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
0
SHARES
908
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাহিলী আয় মাত্ৰ ১০ হাজাৰ টকা৷ পেছা ৰেপিড’ বাইক চালক৷ অথচ তেওঁৰ বেংক একাউণ্টত লেনদেন হৈছে ৩০০ কোটি টকাতকৈয়ো বেছি৷ এই অস্বাভাৱিক লেনদেনৰ সূত্ৰ ধৰি গুজৰাটৰ আহমেদাবাদত ফাঁচ হৈছে বিশাল আৰ্থিক জালিয়াতিৰ চক্ৰ৷ তদন্তত নামি Enforcement Directorate (ইডি)য়ে জানিব পাৰিছে যে বেআইনী ক্ৰিকেট বেটিং, শ্বেয়াৰবজাৰৰ কৰ চুৰিৰ দৰে জালিয়াতিৰ মাধ্যমেৰে প্ৰায় ৫৫০ কোটিৰ আৰ্থিক লেনদেন হৈছে সেই একাউণ্টত৷

তদন্তকাৰী সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি প্ৰাথমিকভাৱে প্ৰদীপ ওডে নামৰ এই ৰেপিড’ চালকৰ বেংক একাউণ্ট ট্ৰানজেকছনে প্ৰথমে সন্দেহ জন্মায়৷ ইমান অলপ আয়ৰ এজন ব্যক্তিৰ একাউণ্টত এই বিপুল অংকৰ লেনদেন দেখিয়েই সন্দেহ হয় তদন্তকাৰীৰ৷ পাছত জনা যায় যে তেওঁৰ একাউণ্ট বেআইনী অনলাইন ক্ৰিকেট বেটিং আৰু শ্বেয়াৰবজাৰৰ চাৰ্কুলাৰ ট্ৰেডিঙত ব্যৱহাৰ হৈছে৷

ইডিৰ সোধপোছত প্ৰদীপে স্বীকাৰ কৰিছে যে তেওঁৰ এই একাউণ্টটো ২৫ হাজাৰ টকাৰ বিনিময়ত তেওঁ ভাড়া দিছিল৷ কিৰণ পাৰমাৰ নামৰ এজন ব্যক্তিয়ে ভাড়া লৈছিল তেওঁৰ বেংক একাউণ্ট৷ প্ৰতিখন চেকত চহী কৰাৰ বাবে তেওঁক ৪০০ টকাকৈ দিছিল৷ তেওঁৰ পৰিচয়পত্ৰ ব্যৱহাৰ কৰি প্ৰদীপ এণ্টাৰপ্ৰাইজ নামৰ এটা সংস্থাও খোলা হয়৷ তদন্তত লগতে জনা গৈছে যে ২০২৪ চনত কনলেশ ট্ৰেডিং আৰু ৰৌনক ট্ৰেডাৰ্ছ নামৰ আৰু দুটা সংস্থাও কাগজে কলমে তৈয়াৰ কৰা হৈছিল৷ বাস্তৱত এই ধৰণৰ কোনো ব্যৱসায়িক সংস্থাই নাই৷ সকলোবোৰ ভুৱা৷

এই তিনি সংস্থাৰ বেংক একাউণ্টত মুঠ ৫৫০ কোটিৰ লেনদেনৰ তথ্য পোৱা গৈছে৷ পৃথকভাৱে ৮০.৫০ কোটি, ৫২.১১ কোটি আৰু ২২.৮৬ কোটি টকা তিনিটা পৃথক সংস্থাৰ হিচাপ স্থানান্তৰিত হৈছে বুলি জনাইছে তদন্তকাৰীয়ে৷ অভিযোগ, অনলাইন বেটিঙৰ পৰা সংগৃহীত অৰ্থ শ্বেয়াৰবজাৰৰ ভুৱা লেনদেনৰ মাধ্যমেৰে বগা কৰা হৈছিল৷

ই ডিয়ে ইতিমধ্যেই আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চত অভিযোগ দাখিল কৰিছে৷ তদন্তত আগুৱাইছে অৰ্থৰ উৎস, প্ৰকৃত উপক্ষোক্তা আৰু চক্ৰৰ মূলহোতা বিচাৰি বাহিৰ কৰা৷ সূত্ৰৰ দাবী, আকৌ গ্ৰেপ্তাৰি আৰু সম্পত্তি বাজেয়াপ্তৰ সম্ভাৱনা উৰাই দিব নোৱাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
Next Post
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.