• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
lumding-reserve-forest-broker

দালালৰ ৰূপত বন বিষয়া! লামডিং বনাঞ্চলৰ মাটিক লৈ ব্যৱসায়ৰ অভিযোগ বন বিষয়াৰ বিৰুদ্ধে

5 years ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

25 minutes ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

60 minutes ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

2 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

3 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

3 hours ago
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

4 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

4 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

5 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

6 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

7 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দালালৰ ৰূপত বন বিষয়া! লামডিং বনাঞ্চলৰ মাটিক লৈ ব্যৱসায়ৰ অভিযোগ বন বিষয়াৰ বিৰুদ্ধে

editor by editor
November 22, 2021
in অপৰাধ, অসম, গুৱাহাটী, ভাৰত
0
lumding-reserve-forest-broker

lumding-reserve-forest-broker

0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নজৰুলেই নহয়, লামডিং বনাঞ্চলৰ মাটিক লৈ ব্যৱসায় কৰাৰ অভিযোগ উঠিছে স্বয়ং বন বিষয়াৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মাটিৰ দালালিত জড়িত খণ্ড বন বিষয়া হবিবুৰ ৰহমান। নখুঁটি উপ-খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া হবিবুৰ ৰহমান। লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খণ্ড বনবিষয়াজনক। হবিবুৰ ৰহমানৰ লগতে আৰক্ষীৰ জালত পৰিছে কাৰ্যালয়টোৰ অস্থায়ী কৰ্মচাৰী আব্দুল কালাম। লামডিং বনাঞ্চলৰ মাটিক লৈ খোদ বন বিভাগৰ এই দুটি প্ৰাণীয়ে দালালি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে। ইমানে শেষ হোৱা নাই লামডিং বনাঞ্চলত দালালি কৰা লোকৰ লেখ। নজৰুল, হবিবুৰ, আব্দুলৰ সমান্তৰাল কৈ নাম উচ্চাৰণ হৈছে গোপাল চেত্ৰী আৰু মনোজ শৰ্মাৰ। এই দুজনেও নখুঁটি উপ-খণ্ড বন কাৰ্যালয়ত খণ্ড বন বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য এই পৰ্যন্ত লামডিং বনাঞ্চলত মাটিৰ দালালি কৰাৰ অভিযোগত ১০জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই তালিকা আৰু দীঘল হোৱাৰ সম্ভাৱনা আছে।

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!
ভাৰত

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

August 4, 2026
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

August 3, 2026
Next Post
jai-bhim-becomes-the-highest-rated-film

অভিলেখৰ পিছত অভিলেখ! ‘‘জয় ভীম’’ ছবিয়ে গঢ়িলে আন এক অভিলেখ

abhinandan varthaman

‘বীৰচক্ৰ’ সন্মানেৰে সন্মানিত অভিনন্দন ৱৰ্ধমান, ‘অলংকৰন সমাৰোহ’ত ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে এই সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.