• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেঘৰ মাজত বিলাসিতা, মধ্য আকাশত চীনে মুকলি কৰিলে বিলাসী হোটেল

মেঘৰ মাজত বিলাসিতা, মধ্য আকাশত চীনে মুকলি কৰিলে বিলাসী হোটেল

5 years ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

11 minutes ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

37 minutes ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

3 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

4 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

13 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

13 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

14 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

14 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

15 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মেঘৰ মাজত বিলাসিতা, মধ্য আকাশত চীনে মুকলি কৰিলে বিলাসী হোটেল

editor by editor
June 25, 2021
in গুৱাহাটী, বিবিধ, বিশ্ব
0
মেঘৰ মাজত বিলাসিতা, মধ্য আকাশত চীনে মুকলি কৰিলে বিলাসী হোটেল
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আচৰ্য্যকৰ কাৰ্য সম্পাদনেৰে চৰ্চাৰ শীৰ্ষত থকা চীনে পুনৰ সম্পাদন কৰিলে আন এক চমক। এইবাৰ মধ্য আকাশত ব্যয়বহুল হোটেল মুকলি কৰি চমক সৃষ্টি কৰিছে চীনে। ভূ-পৃষ্ঠৰ পৰা ২০০০ ফুট উচ্চতাত চীনে মুকলি কৰিলে বিশ্বৰ সৰ্বোচ্চ হোটেল। গগনচুম্বী অট্টালিকা চাংঘাই টাৱাৰত বিশ্বৰ সৰ্বাধিক ব্যয়বহুল হোটেল the j hotel মুকলি। এই বিলাসী হোটেলত ২৪ ঘণ্টাই আগবঢ়োৱা হ’ব গ্ৰাহকসকলক সেৱা। অত্যাধুনিক সা-সুবিধাৰ ওপৰিও গ্ৰাহকৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে হোটেল কৰ্তৃপক্ষই। j হোটেলত এটা ৰাতি কটাবলৈ গ্ৰাহকে ব্যয় কৰিব লাগিব ৪৫০ মাৰ্কিন ডলাৰ। সাংঘাই টাৱাৰৰ শীৰ্ষ মহলাত মুকলি কৰা হৈছে বিলাসী হোটেলখন। উল্লেখ্য, বুৰ্জ খালিফাৰ পাছতে বিশ্বৰ দ্বিতীয় সুউচ্চ অট্টালিকা সাংঘাই টাৱাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chinaluxury in the clouds
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

July 8, 2026
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!
জীৱনশৈলী

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

July 8, 2026
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

July 8, 2026
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক
বিনোদন

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

July 8, 2026
Next Post
ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ

ফেচবুকত ‘হাহা’ emoji ৰ ব্যৱহাৰৰ বিৰুদ্ধে ফটোৱা জাৰি ইছলামীয় ধৰ্মগুৰুৰ

ছ’চিয়েল মিডিয়াৰ ‘mini khabib’ হাজবুল্লাহ মেগমেডভ কোন?

ছ’চিয়েল মিডিয়াৰ ‘mini khabib’ হাজবুল্লাহ মেগমেডভ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.