• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

4 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

5 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

5 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

6 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

7 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

8 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

9 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

11 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

11 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

12 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS

 বিহু বুলিলেই আপোন ঘৰখনলৈ কাৰনো মনত নপৰে

editor by editor
January 14, 2024
in অসম
0
সকলো ঘৰাঘৰি! উৰুকাত উদং গুৱাহাটী…PHOTOS
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিহু বুলিলেই আপোন ঘৰখনলৈ কাৰনো মনত নপৰে! বিহু বুলিলেই ঘৰৰ সকলোৰে সৈতে এসাজঁ খাবলৈ কাৰনো মন নাযায়! তাতে ভোগালী বিহুত সকলোৰে সৈতে আনন্দ-স্ফূৰ্তি কৰাৰ মজাই বেলেগ। পৰিৱেশ-পৰিস্থিতিত পৰি বহুজনে  বিহুৰ এনে আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হয়। কিন্তু তাৰমাজতেই বিহুবলীয়া অসমীয়াই বিহুত উৰা মাৰে ঘৰলৈ বুলি।

ভোগালীৰ উৰুকাত প্ৰতিবাৰৰ দৰে এইবাৰো খালী হৈ পৰিল গুৱাহাটী। সদাব্যস্ত গুৱাহাটীৰ প্ৰতিটো ৰাজপথ আজি উদং। নাই কোনো ব্যস্ততা, নাই গাড়ী-মটৰৰ হাল্লা। এয়া গুৱাহাটীৰ চানমাৰীৰ দৃশ্য। গাড়ী-মটৰৰে ভৰি থকা চানমাৰীৰ ৰাস্তা আজি তেনেই উদং-

কেৱল চানমাৰীয়েই নহয়! প্ৰতিদিনেই ট্ৰেফিক জামত হাৰাশাস্তি খোৱা জি এছ ৰোডো আজি তেনেই খালী।  ট্ৰেফিক জামত গাড়ী চলাব নোৱাৰা জি এছ ৰোডত আজি ফিৰফিৰাই সকলোৱে চলাইছে বাহন।

ছয়মাইল, খানাপাৰা, গণেশগুৰি, পাণবজাৰ আদি স্থানটো পূৰ্বৰে নাই মানুহৰ ভিৰ। চৰকাৰী-বেচৰকাৰী সকলো কৰ্মচাৰী নিজৰ কাম সামৰি ঘৰাঘৰি হৈছে। ৰাজগড়ৰ সদাব্যস্ত পথটোও আজি অকলশৰীয়া যেন অনুভৱ হৈছে-

এইদৰেই এতিয়া গুৱাহাটীখন ভোগালীৰ উৰুকাৰ দিনটোত একেবাৰে খালী হৈ পৰিছে। বিভিন্ন উতসৱ -পাৰ্বনত ভিৰ হৈ থকা গুৱাহাটীখন বিহুৰ বতৰত পৰম আশাৰে সকলো উভটিছে ঘৰলৈ…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ'বলৈ নিৰ্দেশ মালদ্বীপৰ...

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.