• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

10 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

10 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

11 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

12 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

15 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

16 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

17 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

17 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

18 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

editor by editor
January 15, 2024
in অসম, বিবিধ, ভাৰত
0
তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মকৰ সংক্ৰান্তি তিথিৰ পৰাই সূৰ্যৰ উত্তৰায়ণৰ সূচনা হয়। শাস্ত্ৰ উত্তৰায়ণক দেৱদেৱীৰ প্ৰভাতকাল বুলি কোৱা হয়। এই সময়ত পূজা অৰ্চনা কৰিলে অধিক শুভ ফল পোৱা যায়। মকৰ সংক্ৰান্তি বা উত্তৰায়ণ দানৰ বিশেষ মাহাত্ম্য আছে। এই দিনটোত দানৰ বিভিন্ন সামগ্ৰীৰ মাজত তিল দান অত্যন্ত বিশেষ। কেৱল দানেই নহয় মকৰ সংক্ৰান্তিত তিল মিশ্ৰিত পানীৰে গা ধুলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। ইয়াৰোপৰি হতাশাও দূৰ হয়। মকৰ সংক্ৰান্তি তিথিত তিলৰ মাহাত্ম্য সম্পৰ্কে জানি থওক সবিশেষ।

শাস্ত্ৰ অনুসৰি এই তিথিত তিল দান কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়। ইয়াৰোপৰি তিলৰ সামগ্ৰী খালে বা তিল মিশ্ৰিত পানীয়ে গা ধুলে সমস্ত পাপৰ পৰা মুক্তি পোৱা যায়। ইয়াৰ লগতে হতাশাও দূৰ হয়। শাস্ত্ৰমতে মকৰ সংক্ৰান্তি তিথিৰ পৰা দিন দীঘল হয় আৰু ৰাতি ছুটী হ’বলৈ ধৰে। ধৰ্মীয় দিশৰ পৰাও তিলৰ বিশেষ মাহাত্ম্য আছে। শুভ অনুষ্ঠান আৰু পুজাতো তিল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি আয়ুৰ্বেদত মানুহৰ সুস্বাস্থ্যৰ বাবেও তিল খোৱাটো ভাল বুলি উল্লেখ আছে। মকৰ সংক্ৰান্তিত বা মাঘ বিহুৰ মেজিৰ জুইত পুৰণি হতাশা জ্বলাই নতুন দিনৰ আৰম্ভণি কৰে প্ৰতিজন অসমীয়াই। খাদ্যৰ তালিকাত বিভিন্ন পিঠাপনা থাকে। প্ৰায়সমূহ পিঠা পনাতেই তিল ব্যৱহাৰ কৰে অসমীয়াই। এই তিলৰ আছে ধৰ্মীয় মাহাত্ম্যও।

শাস্ত্ৰত তিলক গংগাৰ দৰে পবিত্ৰ বুলি ধাৰণা কৰা হয়। বিষ্ণুৰ শৰীৰৰ পৰা তিলৰ উৎপত্তি। তিল বিষ্ণুৰ অত্যন্ত প্ৰিয়। শনি, সূৰ্য আৰু ৰাহুৰ বিপৰীত ফল নিবাৰণৰ বাবে তিল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি উত্তৰায়ণৰ পৰাই সূৰ্যৰ উত্তাপো বৃদ্ধি পায়। এই সময়ত তিল দান কৰিলে আৰু খিচিৰি খালে বিষ্ণুৰ আশীৰ্বাদ পোৱা যায়। ইয়াৰোপৰি ৰাহু আৰু শনিৰ দোষৰ পৰাও মুক্তি পোৱা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
Next Post
বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত

বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.