• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

2 years ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

25 minutes ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

1 hour ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

2 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

2 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

3 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

17 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

17 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

18 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

19 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

editor by editor
May 14, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক
0
SHARES
635
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণ আছিল কুন্তীৰ কুমাৰী বয়সৰ সন্তান৷ লোকলজ্জাৰ পৰা বাচিবলৈ সূৰ্যপুত্ৰ কৰ্ণক জন্মৰ পাছতেই পানীত উটোৱাই দিয়ে কুন্তীয়ে৷ তাৰপিছতেই কুন্তীয়ে উটোৱাই দিয়া সেই সন্তানক ডাঙৰ কৰে অধিৰথ আৰু তেওঁৰ পত্নী ৰাধাই৷ ৰাজ পৰিয়ালৰ তেজ থাকিলেও তেওঁ ডাঙৰ হৈছিল সুতৰ ঘৰত সেয়ে কৰ্ণৰ পৰিচয় সূতপুত্ৰ৷ বিভিন্ন সময়ত সূতপুত্ৰ হৈয়েই লাঞ্চনা-গঞ্জনাও সহ্য কৰিবলগীয়া হৈছিল৷ বীৰ কৰ্ণক দাতা কৰ্ণ বুলিও কোৱা হয়৷ কাৰণ তেওঁ আছিল দানবীৰো৷

দ্ৰৌপদীৰ স্বয়ম্বৰ সভা

পাঞ্চাল ৰাজ্যৰ ৰজা পাঞ্চালৰ ৰাজকন্যা দ্ৰৌপদীৰ আৰু এটা নাম হৈছে পাঞ্চালী৷ যজ্ঞৰ জুইৰ পৰা জন্ম হৈছিল বাবে তেওঁৰ আন এক নাম যাজ্ঞসেনী৷ ভাৰত বংশৰ ভাগ্য পৰিবৰ্তন কৰাৰ উদ্দেশ্যেই জন্ম হৈছিল দ্ৰৌপদীৰ৷ দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত বহু ৰজা মহাৰজা আহিছিল৷ কিন্তু পাঞ্চাল ৰজাই চৰ্ত দিছিল যে পানীৰ মাজত প্ৰতিচ্ছবি চাই ওপৰত থকা মাছটোৰ চকু বিদ্ধ কৰাজনেই দ্ৰৌপদীৰ স্বামী হোৱাৰ যোগ্য বুলি ধৰা হ’ব৷ সেই স্বয়ম্বৰ সভাত উপস্থিত হৈছিল কৰ্ণও৷ কেইজনমান মহাভাৰত বিশেষজ্ঞৰ মতে বীৰ কৰ্ণক প্ৰথম দেখিয়েই ভাল লাগিছিল দ্ৰৌপদীৰো৷ কৰ্ণৰ ফালে স্মিত হৈ চাই হাঁহিও মাৰিছিল দ্ৰৌপদীয়ে৷

কৰ্ণক ভাল লাগিও কিয় অপমান কৰিছিল দ্ৰৌপদীয়ে?

দ্ৰৌপদীৰ মনৰ কথা বুজিবলৈ গৈ শ্ৰীকৃষ্ণ আগুৱাই আহে৷ কৰ্ণ যে সূতপুত্ৰ সেই কথা শ্ৰী কৃষ্ণই দ্ৰৌপদীক জনাই৷ ইয়াৰোপৰি দ্ৰৌপদীয়ে কৰ্ণৰ পত্নী হ’লে তেওঁ কেতিয়াও প্ৰাপ্যসন্মান লাভ নকৰিব সেই কথা মূৰত সোমাই দিয়ে দ্ৰৌপদীৰ৷ কৃষ্ণৰ পৰা এই কথা জানিয়েই মন সলনি হৈ পৰে দ্ৰৌপদীৰ৷ কৰ্ণই যেতিয়া মাছৰ চকু বিদ্ধ কৰিবলৈ উদ্যত হৈছিল তেতিয়াই দ্ৰৌপদীয়ে কয় যে সূতপুত্ৰৰ ডিঙিত তেওঁ বৰমালা নিপিন্ধাই৷

কৰ্ণক স্বয়ম্বৰ সভাত অপমান কৰিলেও কৰ্ণৰ প্ৰতি মনৰ নিভৃত কোণত থকা দুৰ্বলতা কিন্তু দূৰ নহ’ল৷ মহাভাৰতৰ কেইবাজনো বিশেষজ্ঞই এই কথা কৈ গৈছে৷ জাম্বুল আখ্যানত মহাভাৰতৰ এই অংশৰ সুন্দৰ বিশ্লেষণ কৰা হৈছে৷ দ্ৰৌপদীয়ে কৰ্ণক স্বামীবৰণ নকৰি অনুশোচনা কৰাৰ কথাও বহু গ্ৰন্থত উল্লেখ আছে৷ একাংশ গৱেষকে লিখিছে যে দ্ৰৌপদীয়ে অনুশোচনা কৰাৰ প্ৰধান কাৰণ হৈছে তেওঁক যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল তেতিয়া দ্ৰৌপদীয়ে কৰ্ণৰ কথাও সোঁৱৰিছিল৷ দ্ৰৌপদীয়ে ভাৱিছিল যে যদি তেওঁ কৰ্ণৰ পত্নী হ’লে দুঃশাসনে এই সাহস কাহানিও নকৰিলে হেতেন৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
Next Post
লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.