• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

2 years ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

10 minutes ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

29 minutes ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

53 minutes ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

1 hour ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

2 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

3 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

3 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

4 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

5 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

6 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

7 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে

editor by editor
May 14, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ, সিদ্ধিদাতাৰ আশীৰ্বাদ কাইলৈ লাভ কৰিব ৫ ৰাশিৰ জাতকে
0
SHARES
769
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৫ মে বুধবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লা অষ্টমী তিথি৷ কাইলৈৰ দিনটো দুৰ্গাষ্টমী নামেৰেও পৰিচিত৷ চন্দ্ৰই বুধবাৰে কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত গোচৰ কৰিব৷ জ্যোতিষ গণনা অনুসৰি কেইবাটাও শুভ যোগ থাকিব বুধবাৰে৷ এই শুভ যোগসমূহ হৈছে লক্ষ্মী নাৰায়ণ যোগ আৰু বৃদ্ধি যোগ৷ ইয়াৰোপৰি বুধবাৰে থাকিব অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বেছ গুৰুতৰ হ’ব৷ হিন্দুধৰ্মমতে বুধবাৰ সৈতে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ ইয়াৰ সৈতে মাহেকীয়া দুৰ্গাষ্টমী হোৱাৰ বাবে এই দিনটোৰ মাহাত্ম্য বৃদ্ধি পাইছে৷ কোন কোন ৰাশিৰ কাইলৈ সৌভাগ্য উদয় হ’ব জানেনে?

মিথুন ৰাশি

১৫মেত বৃদ্ধি যোগৰ লাভজনক ফল লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ পেছাগত জীৱনত আপুনি কোনো সাফল্য অৰ্জন কৰিব পাৰে৷ শাৰীৰিক আৰু মানসিকভাৱে কাইলৈ দিনটো ভাল হ’ব৷ বেছ কিছু সুখৰ অভিজ্ঞতা হ’ব পাৰে মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব আপুনি৷

কৰ্কট ৰাশি

সিদ্ধিদাতা গণেশৰ আশীৰ্বাদত সুখ সৌভাগ্য বৃদ্ধি পাব কৰ্কট ৰাশিৰ জাতকৰ৷ নিজৰ অসম্পূৰ্ণ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ মাজত পজিটিভ এনাৰ্জী বাঢ়িব৷ সহকৰ্মীসকলৰ সৈতে ভাল সময় কটাব৷ সকলো কামতেই ভাগ্যই লগ দিব আপোনাক৷ নতুন উপাৰ্জনৰ পথ মুকলি হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

১৫মে ২০২৪ত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ইয়াৰ ফলত কাইলৈ সকলো ক্ষেত্ৰতে আপুনি সাফল্য লাভ কৰিব৷ নিজৰ সম্পদ ঘৰলৈ নিয়াৰ সুযোগ পাব৷ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰো সুযোগ আহিব তুলা ৰাশিলৈ৷ কাৰ্যালয়ত সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷

বৃশ্চিক ৰাশি

সকলো ধৰণৰ চেলেঞ্জৰ বাবে প্ৰস্তুত হৈ থাকিব বৃশ্চিক ৰাশিৰ জাতক৷ কাইলৈ নিজৰ সপোন পূৰণ কৰাৰ সুযোগ লাভ কৰিব আপুনি৷ আত্মবিশ্বাস তুংগত থাকিব৷ নিজৰ গোপন প্ৰতিভা তুলি ধৰাৰ বাবে এয়াই উপযুক্ত সময়৷ চাকৰিয়াল জাতকে নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে৷

ধনু ৰাশি

অশ্লেষা নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভজনক হ’ব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি নিজৰ সকলো কাম সময়তে সম্পূৰ্ণ কৰিব পাৰিব৷ বন্ধুৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷ কাইলৈ বিনিয়োগ কৰাৰ বাবেও দিনটো শুভ৷ সংগীৰ সৈতে কাইলৈ সুন্দৰ সময় কটাব৷ প্ৰেম জীৱন উন্নত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

April 18, 2026
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
বাণিজ্য

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

April 18, 2026
Next Post
প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

ভাগ্যৱান এই ৫ৰাশিৰ জাতক, সুখ, সমৃদ্ধি সকলোবোৰ এওঁলোকৰ হাতৰ মুঠিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.