• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

2 years ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 minutes ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

1 hour ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

2 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

3 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

4 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

4 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

5 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

6 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

7 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

8 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 

editor by editor
May 3, 2024
in বিবিধ, ভাৰত, লেখা
0
পূৰ্বজন্মত কি নাম আছিল মহাভাৰতৰ যোদ্ধাৰ? চমকি উঠিব কৰ্ণ আৰু অভিমন্যুৰ পূৰ্বজন্মৰ কাহিনী জানিলে 
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাভাৰত আৰু কুৰুক্ষেত্ৰৰ মহা়যুদ্ধৰ বিভিন্ন অজানা কথা জানিবলৈ আজিও বহুজন আগ্ৰহী৷ বিভিন্ন প্ৰশ্ন মুখে মুখে৷ মহাভাৰতৰ বহু ৰহস্যক লৈ আজিও অব্যাহত গৱেষণা৷ মহাভাৰতত স্পষ্টৰূপত জনোৱা আছে যে আত্মাৰ মৃত্যু নহয়৷ কেৱল শৰীৰহে প্ৰাণহীন হৈ পৰে৷ মৃত্যু জীৱনৰ শেষ নহয়৷ যাৰ মৃত্যু হৈছে তেওঁৰ আত্মাই নানান পথ অতিক্ৰম কৰি পুনৰায় জন্মগ্ৰহণ কৰে আৰু পূৰ্বজম্মত নিজৰ অসম্পূৰ্ণ কাম পূৰ্ণ কৰে৷

মহাভাৰতৰ প্ৰতিজন যোদ্ধাই তেওঁলোকৰ পূৰ্বজন্মৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ বা অসম্পূৰ্ণ আশীৰ্বাদ অভিশাপক সম্পন্ন কৰিবলৈকে সেই যুগত জন্মগ্ৰহণ কৰিছিল৷ মহাভাৰতৰ যোদ্ধাসকলৰ পূৰ্বজন্মৰ পৰিচয় সম্পৰ্কে জানি থওক সবিশেষ৷

কৃষ্ণ আৰু অৰ্জুন

গীতাত কৃষ্ণ-অৰ্জুনৰ পূৰ্বজন্মৰ পৰিচয় সম্পৰ্কে উল্লেখ আছে৷ পূৰ্বজন্মত অৰ্জুন নৰ আৰু কৃষ্ণ নাৰায়ণ আছিল৷ দম্ভোদ্ভৱা নামৰ অসুৰক বধ কৰিবৰ বাবে নৰ আৰু নাৰায়ণে পুনৰ জন্মগ্ৰহণ কৰে৷

ভীষ্ম

পূৰ্বজন্মত এগৰাকী সাধাৰণ ব্যক্তি আছিল পিতামহ ভীষ্ম৷ পত্নীৰ জেদ ৰক্ষা কৰিবলৈকে তেওঁ ঋষি বশিষ্ঠৰ গৰু চুৰি কৰিছিল৷ ৰুষ্ট হৈ ঋষি বশিষ্ঠই তেওঁক পৃথিৱীত দীৰ্ঘকাল জীৱিত হৈ থাকি কষ্ট ভোগ কৰাৰ অভিশাপ দিছিল৷ পূৰ্বজন্মৰ অভিশাপৰ কাৰণে পিতামহ ভীষ্মই দীৰ্ঘকাল জীৱনযাপন কৰিবলৈ বাধ্য হৈছিল৷

ধৃতৰাষ্ট্ৰ

পৌৰাণিক কাহিনী অনুসৰি পূৰ্বজন্মত ধৃতৰাষ্ট্ৰ এজন দুষ্ট ৰজা আছিল৷ এটা হ্ৰদৰ কাষত হাঁহ চৰি থকা দেখা পায় সেই হাঁহ লিগিৰাক ধৰি আনিবলৈ কয়৷ লিগিৰাই হাঁহটো ধৰি অনাৰ পাছতেই সেই হাঁহৰ চকু দুটা উলিয়াই অনাৰ ইচ্ছা জাগ্ৰত হয়৷ লগে লগেই ধৃতৰাষ্ট্ৰই হাঁহটোৰ চকু দুটা উলিয়াই আনিবলৈ নিৰ্দেশ দিয়ে৷ কেৱল হাঁহটোৰ চকু উলিওৱাই নহয় হাঁহৰ পোৱালীকেইটাকো নিৰ্মমভাৱে হত্যা কৰে৷ সেই নিষ্ঠুৰতাৰ কাৰণে ধৃতৰাষ্ট্ৰ অন্ধ হৈ জন্ম লয় আৰু যুদ্ধত তেওঁৰ ১০০ পুত্ৰৰ মৃত্যু হয়৷

বিদুৰ

পূৰ্বজন্মত যমৰাজ ৰূপে বাস কৰিছিল বিদুৰে৷ মণ্ডুক মুনিৰ অভিশাপৰ কাৰণে শুদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হয়৷ বিশ্বাসঘাতকতা কৰি নিৰ্দোষ ব্যক্তিৰ প্ৰাণো লৈছিল, যাৰবাবে সেই জন্মত বিদুৰে মুণিৰ পৰা অভিশাপ পাইছিল৷ সেই অভিশাপতেই ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভায়েক লৈ জন্ম লৈছিল বিদুৰে৷

কৰ্ণ

পূৰ্বজন্মৰ কৰ্ণই দম্ভোদ্ভৱা নামৰ অসুৰ আছিল৷ কৰ্ণ বধৰ বাবে পুনৰায় জন্মগ্ৰহণ কৰে কৃষ্ণ আৰু অৰ্জুনে৷ পূৰ্বজন্মত দম্ভোদ্ভবাৰ কবচ ভঙাৰ পাছতেই নৰ আৰু নাৰায়ণৰ মাজৰ পৰা এজন ভাতৃৰ মৃত্যু হ’লে এজন ভায়েকে তপ কৰি মৃত ভাতৃক জীৱিত কৰাব পৰা শক্তি আছিল৷ নৰ আৰু নাৰায়ণৰ মাজত থকা এই শক্তিৰ বাবেই কৰ্ণক একেলগে মিলি বধ কৰিছিল কৃষ্ণ-অৰ্জূনে৷

দ্ৰৌপদী

পৌৰাণিক কাহিনী অনুসৰি দ্ৰৌপদী পূৰ্বজন্মত বিধৱা ব্ৰাহ্মণী আছিল৷ পৰজন্মত সৰ্বগুণ সম্পন্ন স্বামী লাভ আৰু সৰ্বদা সধৱা থকাৰ কামনাৰে তেওঁ শিৱৰ তপস্যা কৰিছিল৷ তেওঁৰ তপস্যাত সুখী হৈ শিৱই তেওঁক ৫স্বামী লাভৰ আশীৰ্বাদ দিয়ে৷ পৰবৰ্তী জন্মত পাণ্ডৱৰ স্ত্ৰী লৈ সৰ্বদা সধৱা জীৱন কটাইছিল দ্ৰৌপদীয়ে৷

ধৃষ্টদ্যুম্ন

পুৰাণ অনুযায়ী পূৰ্বজন্মত একলব্য আছিল দ্ৰৌপদীৰ ভাতৃ ধৃষ্টদ্যুম্ন৷ লুকাই লুকাই দ্ৰোনাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল একলব্যই৷ গুৰুদক্ষিণা হিচাপে তেওঁ বৃদ্ধাঙ্গুষ্ঠ দিছিল গুৰু দ্ৰোণাচাৰ্যক৷ তৎস্বত্ত্বেও বাওঁ হাতেৰে ধনু চলাবলৈ শিকে একলব্যই৷ ৰুক্মিনী হৰণৰ সময়ত কৃষ্ণৰ হাতত একলব্যৰ মৃত্যু হয়৷ একলব্যক পৰজন্ম গ্ৰহণ কৰি দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ লবলৈ আশীৰ্বাদ দিছিল কৃষ্ণই৷

শিশুপাল

কথিত যে পূৰ্বজন্মত শিশুপাল ৰাৱণ আছিল৷ তেওঁ পূৰ্বজন্মত হিৰণ্যকশ্যপ আছিল৷

অভিমন্যু

পৌৰাণিক কাহিনী অনুসৰি পূৰ্বজন্মত অভিমন্যু কৃষ্ণৰ ঘোৰ শত্ৰু কাল্যাবন আছিল৷ কাল্যাবনৰ মৃত্যুৰ পাছতেই কৃষ্ণই তেওঁৰ আত্মাক এটা বাকচত বন্দি কৰি ৰাখে৷ তাৰপাছতেই কৃষ্ণৰ ভগ্নী সুভদ্ৰাই সেই বাকচ খুলিবলৈ উৎসুক হৈ সেই বাকচ খুলি পেলাই৷ তাৰপাছতেই গৰ্ভৱতী হয় সুভদ্ৰা৷ কাল্যবন পৰবৰ্তী সময়ত কৃষ্ণ আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যু ৰূপে জন্মগ্ৰহণ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
Next Post
২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.