• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

1 year ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

5 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

24 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

52 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

1 hour ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

editor by editor
July 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওন মাহৰ প্ৰতিটো দিন মহাদেৱৰ প্ৰতি নিবেদিত৷ এই সময়ত মাহজুৰি শিৱভক্তই শিৱৰ মূৰত পানী ঢালে৷ মহাদেৱৰ বিশেষ আৰাধনাৰ ওপৰিও শিৱলিংগত জলাভিষেক কৰাৰ ৰীতি প্ৰচলিত আছে৷ ধাৰণা কৰা হয় শাওন মাহত শিৱলিংগত পানী ঢালিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰা সম্ভৱ হয়৷ শিৱলিংগত পানী ঢলাৰ সময়ত সেই পানীত আপুনি অইন কেইবিধমান সামগ্ৰী মিহলি কৰিব পাৰে৷ ইয়াৰ ফলত আপোনাৰ পূণ্য দ্বিগুণ হ’ব৷ জানি থওক জলাভিষেক কৰাৰ পূৰ্বে পানীত কি কি সামগ্ৰী মিহলাই লোৱা জৰুৰী?

গঙ্গাজল

শিৱলিংগত যি পানী ঢালিব তাত অলপ গংগাজল মিহলাই লওক৷ পুৰাণ অনুসৰি মহাদেৱৰ মূৰৰ পৰাই মা গংগাৰ উৎপত্তি৷ সেয়ে শিৱলিংগত গংগাজন ঢালিলে সুখী হয় ভোলেনাথ৷ ইয়াৰ ফলত সকলো অশুভ শক্তিৰ প্ৰভাৱ খৰ্ব হয়৷ মনৰ মাজত পজিটিভ চিন্তা আৰু পজিটিভ এনাৰ্জি বাঢ়ে৷

কেঁচা গাখীৰ

শাওন মাহৰ পানীত কেঁচা গাখীৰ মিহলাই শিৱলিংগত নিবেদন কৰক৷ ইয়াৰ শুভ প্ৰভাৱত আপোনাৰ মনৰ সকলো দুখ-কষ্টৰ অৱসান হ’ব৷ মানসিক শান্তি পাব আৰু সংসাৰত শান্তি বৰ্তি থাকিব৷ পৰিয়ালত কোনো সমস্যা থাকিলে ধীৰে ধীৰে দূৰ হব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত ভালপোৱাৰ বন্ধন গাঢ় হব৷

মৌ

পানীত মৌ মিহলাই এই পানী শিৱলিংগত ঢালক৷ ইয়াৰ ফলত মহাদেৱৰ কৃপা আপুনি লাভ কৰিব৷ জীৱনৰ সকলো বাধা দূৰ হব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ শাওনত পানীত মৌ মিহলাই মহাদেৱক জলাভিষেক কৰিলে কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰা সম্ভৱ হয়৷

চন্দন

শাওনত মহাদেৱৰ জলাভিষেক কৰাৰ সময়ত পানীত চন্দন মিহলাই ল’বলৈ নাপাহৰিব৷ ইয়াৰ ফলত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আপোনাৰ জীৱনত দুৰ্ভাগ্যৰ প্ৰভাৱ ধীৰে ধীৰে কাটি যাব৷ মহাদেৱৰ আশীৰ্বাদত ভাল সময় আহিব৷

দৈ

শিৱলিংগত পানী ঢলাৰ পূৰ্বে সেই পানীত অলপমান দৈ মিহলাই ল’ব৷ এই কাম কৰিলে নানান দিশৰ পৰা শুভ ফল পোৱা যায়৷ দাম্পত্য জীৱনত শান্তি থাকিব৷ ভোলেনাথৰ আশীৰ্বাদত জীৱনৰ সকলো সংকটত ধীৰে ধীৰে কাটি যাব৷ আৰ্থিক সমস্যা দূৰ হ’ব৷ মানসিক শান্তি পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Next Post
নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

নাৰিকলৰ পানী এই ৫ ধৰণৰ মানুহৰ বাবে বিষতকৈ কম নহয়! ডাবৰ পানী সেৱন কৰে যদি জানি থওক কি কি ৰোগৰ বাবে ই অতি ক্ষতিকাৰক?

এই ৪ ৰাশি ব্যৱসায়ত সদায়ে সফল হয়, ধনলক্ষ্মীৰ আশীৰ্বাদত জীৱনত একো সামগ্ৰীৰেই অভাৱ নহয়

এই ৪ ৰাশি ব্যৱসায়ত সদায়ে সফল হয়, ধনলক্ষ্মীৰ আশীৰ্বাদত জীৱনত একো সামগ্ৰীৰেই অভাৱ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.