• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

1 year ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

21 minutes ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

1 hour ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

2 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

15 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

15 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

17 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

editor by editor
December 3, 2024
in জীৱনশৈলী
0
মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভৰ আয়োজন কৰা হ’ব৷ ইতিমধ্যেই আৰম্ভ হৈছে প্ৰস্তুতি৷ আগন্তুক বৰ্ষৰ আৰম্ভণিতে প্ৰয়াগৰাজৰ সংগম নগৰীত হ’ব মহাকুম্ভ৷ ২০২৫ত মহাকুম্ভত হ’বলগীয়া ছাহী স্নান বা ৰাজস্নানক লৈ আৰম্ভ হৈছে বিতৰ্ক৷ বহুতেই ছাহী স্নানৰ নাম সলনি কৰাটো বিচাৰিছে৷ সন্তসকলে কৈছে যে ছাহী স্নান নামটো সনাতন ধৰ্মৰ সৈতে খাপ নাখায়৷ সেয়ে এই নাম সলনি হ’ব লাগে৷ সনাতন ধৰ্মৰ কোনো বিশেষ নামেৰে এই স্নানৰ নামকৰণ কৰিব লাগে৷

ছাহী স্নান কি?

সাধু-সন্তসকলে কৰা  এই ছাহী স্নানৰ বিশেষ মাহাত্ম্য আছে৷ হৰ মহাকুম্ভ আৰু অৰ্ধকুম্ভত ছাহী স্নানৰ আয়োজন কৰা হয়৷ ছাহী স্নানৰ পূৰ্বে সন্তসকলে বিশেষ ৰেলী কৰি নৈৰ পাৰলৈ যায়৷ তাৰপাছত বিশেষ নৈত ডুব মাৰি সূৰ্যপ্ৰণাম কৰে৷ সাধু, সন্ত আৰু নাগা বাবাসকলকে ধৰি প্ৰায় ১৩টা কুলৰ বিশেষ সন্তই এই ছাহী স্নান কৰে৷ মাঘ মাহত অনুষ্ঠিত এই মহাকুম্ভত শুভ তিথি মানি ১৩ বিশেষ কুলৰ সন্তই স্নান কৰিব৷ তেওঁলোকৰ বাবে নিৰ্দিষ্ট সময় বান্ধি দিয়া হয়৷

কেতিয়া কেতিয়া হ’ব ছাহী স্নান?

মহাকুম্ভৰ আৰম্ভণি হ’ব ১৩ জানুৱাৰীত আৰু শেষ হ’ব ২৬ জানুৱাৰীত৷ এই সময়ৰ মাজত ৫ টা বিশেষ ছাহী স্নান চলিব৷ ১৪ জানুৱাৰী(মকৰ সংক্ৰান্তি), ২৯ জানুৱাৰী( মৌনী অমাবস্যা), ৩ ফেব্ৰুৱাৰী(বসন্ত পঞ্চমী), ১২ ফেব্ৰুৱাৰী(মাঘী পূৰ্ণিমা) আৰু ২৬ ফেব্ৰুৱাৰী(মহা শিৱৰাত্ৰী)ত এই ছাহী স্নান হ’ব৷

কেতিয়া কেনেকৈ আৰম্ভ হ’ল ছাহী স্নানৰ পৰম্পৰা?

ছাহী স্নানৰ পৰম্পৰাৰ কথা হিন্দু ধৰ্মৰ কোনো গ্ৰন্থতেই উল্লেখ নাই৷ ঐতিহাসিক মান্যতা অনুসৰি এই পৰম্পৰাৰ আৰম্ভণি হৈছিল ১৪-১৬শ শতাব্দীৰ মাজত৷ এই সময়ত মোগলে আমাৰ দেশত ৰাজত্ব চলাই আছিল৷ সাধু আৰ মোগলৰ মাজত সেই সময়ত বিভিন্ন তৰ্ক বিতৰ্কও চলিছিল৷ ইয়াৰ সমাধান হিচাপে সাধু আৰু মোগল সম্ৰাট এখন বিশেষ মিটিঙত বহে৷ তাতেই এজনে আনজনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই ৰীতি নীতিৰ সালসলনি কৰে৷ ইয়াৰ পাছতেই কুম্ভত আৰম্ভ হয় ছাহী স্নানৰ পৰম্পৰা৷

কোনে প্ৰথমে ছাহী স্নান কৰিছিল?

মোগল আৰু সন্তৰ মিটিঙৰ কিছুদিন পাছতেই আছিল মহাকুম্ভ৷ মহাকুম্ভৰ সেই সময়ত সাধু আৰু সন্তই মোগলক দিয়া কথামতেই ছাহী  স্নান কৰে৷ তেতিয়াৰে পৰাই এই ছাহী স্নানৰ বিশেষ মাহাত্ম্য আছে৷ প্ৰত্যেকবাৰেই মহাকুম্ভ সময়ত দেখ বিদেশৰ সাধু সন্তই ভিৰ কৰে কেৱল ছাহী স্নানৰ বাবেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
Next Post
৩ৰাশিৰ ফুলিব কঁপালঃ শনি মঙলৰ কৃপাত উপচি পৰিব ধন, কাৰ কাৰ খুলিব সৌভাগ্যৰ দুৱাৰ?

৩ৰাশিৰ ফুলিব কঁপালঃ শনি মঙলৰ কৃপাত উপচি পৰিব ধন, কাৰ কাৰ খুলিব সৌভাগ্যৰ দুৱাৰ?

বছৰটো শেষ হোৱাৰ পূৰ্বে মূল্যবৃদ্ধিৰ কোব সাধাৰণ ৰাইজক! কি কি সামগ্ৰীত বৃদ্ধি পাব দাম

বছৰটো শেষ হোৱাৰ পূৰ্বে মূল্যবৃদ্ধিৰ কোব সাধাৰণ ৰাইজক! কি কি সামগ্ৰীত বৃদ্ধি পাব দাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.