• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো গান্ধীজীয়ে এইকেইটা কাৰণতে লাভ কৰা নাছিল শান্তিৰ নোবেল

ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো গান্ধীজীয়ে এইকেইটা কাৰণতে লাভ কৰা নাছিল শান্তিৰ নোবেল

2 years ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

22 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো গান্ধীজীয়ে এইকেইটা কাৰণতে লাভ কৰা নাছিল শান্তিৰ নোবেল

ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো গান্ধীজীয়ে এইকেইটা কাৰণতে লাভ কৰা নাছিল শান্তিৰ নোবেল

editor by editor
August 13, 2024
in জীৱনশৈলী
0
ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো গান্ধীজীয়ে এইকেইটা কাৰণতে লাভ কৰা নাছিল শান্তিৰ নোবেল
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি শান্তিৰ বাৰ্তা বিলাইয়ো মহাত্মা গান্ধীয়ে কিয় পোৱা নাছিল শান্তিৰ নোবেল? বহুতৰে দাবী, নোবেল কমিটিয়ে গান্ধীক এই বঁটা প্ৰদান কৰি ইংৰাজৰ সৈতে সম্পৰ্ক বেয়া কৰিব নোখোজাৰ বাবেই শ্ৰেষ্ঠ বিবেচিত হৈয়ো এই বঁটা লাভ কৰা নাছিল গান্ধীয়ে। ব্ৰিটেইন চৰকাৰে এই অভিযোগৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতেই এক বিজ্ঞাপ্তিযোগে জনাইছিল যে তেওঁলোকে কাহানিও নোবেল কমিটিক বঁটা প্ৰদানত হস্তক্ষেপ কৰা নাই। মহাত্মা গান্ধীৰ নাম ৪বাৰ শান্তিৰ নোবেলৰ বাবে প্ৰস্তাৱিতও কৰা হৈছিল। প্ৰথমে তেওঁ নাম প্ৰস্তাৱিত হৈছিল হৈছিল ১৯৩৬ চনত, তাৰপিছত ১৯৩৮ চনত, ১৯৩৯ চনত আৰু ১৯৪৬ চনতো এবাৰ তেওঁৰ নাম আকৌ প্ৰস্তাৱিক কৰা হৈছিল। আটাইকেইবাৰতেই কিন্তু শেষ পৰ্যন্ত তেওঁৰ নাম নাহিল। শেষত এবাৰ ১৯৪৮ চনতো তেওঁৰ নাম শান্তিৰ নোবেলৰ বাবে প্ৰস্তাৱিত হৈছিল যদিও সেইবাৰেই তেওঁ আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাই। নাম প্ৰস্তাৱিত হোৱাৰ ৪ দিন পাছতেই হঠাৎ গান্ধীজীৰ মৃত্যু হয়।

পোনতে গান্ধীজীৰ নাম ভাৰতীয়ই প্ৰস্তাৱ কৰা নাছিল। তেওঁৰ নাম শান্তিৰ পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত কৰিছিল নৰৱেৰ এজন সাংসদে। সেইবাৰ গান্ধীৰ নাম প্ৰত্যাখ্যান কৰে নোবেল কমিটিয়ে। নোবেল কমিটিৰ এজন সদস্যৰ তেওঁৰ নাম দেখিয়েই বিশেষ টিপ্পনী দি কৈছিল, ‘গান্ধীয়ে নিজৰ অহিংসা নীতিত সদায়ে অটল হৈ থকা নাই। ইংৰাজৰ বিৰুদ্ধে তেওঁৰ অহিংস আন্দোলনে হিংসাত্মক পৰিস্থিতিৰহে সৃষ্টি কৰিছিল। গান্ধীৰ ৰাষ্ট্ৰীয়তাবাদ কেৱল ভাৰত মুলূকতেই সীমাবদ্ধ আছিল। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ অহিংসা আন্দোলন বা ৰাষ্ট্ৰীয়তাবাদৰ কোনো ভিত্তি নাই। দক্ষিণ আফ্ৰিকাত নিপীড়িতৰ বাবে আন্দোলন কৰিছো বুলি কোৱা গান্ধীয়ে তাত থকা প্ৰৱাসী ভাৰতীয়ৰ বাবেহে কাম কৰিছিল। তেওঁ তেতিয়াও আফ্ৰিকানমূলীয় হাজাৰ হাজাৰ নিপীড়িতৰ চিৎকাৰ শুনা নাছিল। তেওঁৰ দৃষ্টি আছিল কেৱল ভাৰতীয়ৰ প্ৰতিহে।’

নিজ দেশৰ বাবে যুঁজ দিও কিন্তু মাৰ্টিন লুথাৰ আৰু নেলছন মেণ্ডেলাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। তেন্তে গান্ধীক কিয় এই ভাৱধাৰাৰে বিচাৰ কৰা হ’ল। নেলছন মেণ্ডেলাই নিজেই বহুবাৰ গান্ধীৰ আদৰ্শক অনুসৰণ কৰা বুলি বিভিন্ন সাক্ষাৎকাৰত উল্লেখো কৰি আহিছিল। ১৯৪৬ চনত নোবেল পুৰস্কাৰৰ বাবে প্ৰস্তাৱ কৰা হৈছিল ৬গৰাকী ব্যক্তিৰ নাম। তাৰ ভিতৰতে আছিল মহাত্মা গান্ধীৰ নামো। শেষলৈ এই বঁটা মানৱ অধিকাৰ কৰ্মী কুইকাৰক দিয়া হ’ল। ১৯৪৮ চনত শান্তিৰ নোবেল লাভ কৰা কুইকাৰেই গান্ধীজীৰ নাম শান্তিৰ নোবেলৰ বাবে প্ৰস্তাৱ কৰে। নাম প্ৰস্তাৱ কৰাৰ বাবে নোবেল কমিটিয়ে দিয়া শেষ সময়সীমাৰ দুদিন আগতেই কুইকাৰে গান্ধীজীৰ নাম প্ৰস্তাৱ কৰে। কিন্তু বিশ্বত সেই দুখবৰ বিয়পাই গান্ধীজী এই পৃথিৱীৰ পৰা বিদায় ল’লে। গান্ধীজীক হত্যা কৰা হ’ল। নাথুৰাম গডছে নামৰ আততায়ীয়ে গান্ধীজীক হত্যা কৰে। গান্ধীজীৰ হঠাৎ মৃত্যু হোৱাত নোবেল কমিটিয়ে এই নোবেলৰ বাবে দিয়া প্ৰস্তাৱৰ ওপৰত বিবেচনা কৰিবলৈ সুযোগেই নাপালে। কাৰণ নোবেল বঁটা কেতিয়াও মৰোণোত্তৰভাৱে দিয়া নহয়। কিছু পৰিস্থিতিত কেতিয়াবা মৰোণোত্তৰভাৱেও এই পুৰস্কাৰ দিয়া হয়। গান্ধীজীৰ ক্ষেত্ৰত এটা সমস্যা হৈছিল যে পুৰস্কাৰৰ বাবে বিবেচিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হ’ল। আৰু মৰোণোত্তৰভাৱে প্ৰদান কৰিবলৈ এই বঁটা গ্ৰহণ কৰিবলৈকো তেওঁৰ কোনো আত্মীয় নাছিল। অহিংসা আন্দোলনত জঁপিয়াই পৰাৰ পূৰ্বেই তেওঁ ব্ৰহ্মচৰ্য ব্ৰত লৈছিল। কোনো সংগঠন বা ট্ৰাষ্টো তেওঁৰ নিজাকৈ নাছিল। নোবেল কমিটিয়ে সেয়ে তেওঁৰ নামৰ প্ৰস্তাৱ খাৰিজ কৰে। গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৪৮ চনত নোবেল পুৰস্কাৰ স্থগিত ৰাখে। অৰ্থাৎ সেই বৰ্ষত কাকোৱেই নোবেল বঁটা দিয়া নহ’ল।

নোবেল কমিটিয়ে এই বঁটা কিয় তেওঁলোকে ১৯৪৮ চনত কাকোৱেই প্ৰদান নকৰিলে সেই বিষয়ে বিশেষ বিজ্ঞাপ্তিও দিয়ে। তেওঁলোকৰ সেই বিজ্ঞাপ্তিতেই এই কথাৰ আভাষ পোৱা যায় যে, গান্ধীজীৰ অকাল মৃত্যু নহ’লে ১৯৪৮ চনত এই বঁটা গান্ধীজীকেই দিয়া হ’লহেতেন। কমিটিয়ে তেওঁলোকৰ বিজ্ঞাপ্তিত স্পষ্টকৈ লিখিছিল যে, জীৱিত কোনো ব্যক্তিকেই তেওঁলোকে এই বঁটাৰ বাবে যোগ্য বুলি ভৱা নাই। সেয়ে এই বঁটা এইবাৰ কাকোৱেই দিয়া নহয়। ‘জীৱিত ব্যক্তি’ এই শব্দই স্পষ্ট কৰিছিল গান্ধীজীৰ কথা। গান্ধীজীৰ চৰ্চা আজিও প্ৰতিখন দেশত চলে। শান্তিৰ নোবেল লাভ কৰা কুইকাৰ তথা নেলছন মেণ্ডেলাই গান্ধীৰ নাম উচ্চাৰণ কৰাত এটা কথাই স্পষ্ট হয় যে, পুৰস্কাৰ তেওঁ পাওক বা নাপাওক বিশ্বই তেওঁৰ শান্তিৰ বাণীক স্বীকাৰ কৰিবলৈ বাধ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.