• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…

বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…

3 years ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

10 minutes ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

49 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

18 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

19 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

20 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

21 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

22 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…

editor by editor
March 20, 2023
in চিনেমা, ফেশ্বন, বিনোদন, ভাৰত
0
বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডত খান পৰিবাৰৰ প্ৰতিপত্তিৰ কথা সকলোৱে জানে৷ আৰবাজ খানৰ সৈতে বিবাহ কৰোৱাৰ পিছতেই খান পৰিবাৰৰ সৈতে নাম সাঙোৰ খাই পৰিছিল মালাইকা আৰোৰাৰো৷ যদিও দুয়ো একেলগে নাই তাৰপিছতো দুয়োৰে নাম বৰ্তমানো চৰ্চা হয়৷ বিবাহ বিচ্ছেদৰ পাছতো দুয়োৰে মাজত মিলা-মিছা অটুত আছে৷ আৰবাজৰ সৈতে বিয়া কৰোৱাৰ সময়ত মালাইকাই কেৰিয়াৰ আৰম্ভ কৰিছিলহে মাত্ৰ৷ প্ৰায় ১৯ বছৰীয়া দাম্পত্য জীৱন দুয়োৰে৷ ১৯ বছৰীয়া দাম্পত্য জীৱনত যতি পৰি ২০১৬ চনত বিচ্ছেদ হয় দুয়োৰে৷

বিবাহ বিচ্ছেদ হোৱাৰ লগে লগেই মালাইকাই লৈ পেলাইছিল অদ্ভুত সিদ্ধাম্ত৷ আৰবাজৰ সৈতে একেলগে প্ৰডাকশ্ব্যনৰ কাম কৰিছিল যদিও সকলোবোৰ ত্যাগ কৰে মালাইকাই৷ জীৱনটোক সকলো ফালেৰেই ন’কৈ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে মালাইকাই৷ সেই সময়ছোৱাত সকলোৱেই মালাইকাক কৈছিল যে খান পৰিবাৰৰ সৈতে হঠাতেই সকলো সম্পৰ্ক বিচ্ছেদ কৰি মালাইকাই ভুল সিদ্ধান্ত লৈছে৷ বিচ্ছেদ হ’লেও ব্যৱসায়িক দিশৰ সম্পৰ্কবোৰ ছেদ কৰিব নালাগে৷ কিন্তু কাৰো কথাই শুনিবলৈ বাধ্য নহ’ল মালাইকা৷ নিজৰ নামৰ পৰা খান উপাধি আঁতৰাই পেলোৱা মালাইকাই সকলোকে জনাই দিলে যে মালাইকা এতিয়া সম্পূৰ্ণ স্বাধীন৷ কেৰিয়াৰো স্বাধীনভাৱেই চলাই নিব৷

সম্প্ৰতি এক সাক্ষাৎকাৰত মালাইকাই এই সন্দৰ্ভত কয়, ‘আৰবাজৰ সৈতে বিচ্ছেদৰ পিছত সকলোৱে মোক কৈছিল কান পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছেদ নকৰিব৷ কাৰণ বলীউডত খান পৰিবাৰৰ এক মহত্ব আছে৷ মই সকলোবোৰ ত্যাগ কৰাৰ পাছতো বহুতে ভাৱে যে মই খান পৰিয়ালৰ ছত্ৰচায়াতেই বলীউডত প্ৰতিষ্ঠিত হৈছো৷ কিন্তু এয়া সম্পূৰ্ণ সঁচা নহয়৷ মিছা বুলিও মই নকও কাৰণ মোক এই পৰিচয়ে সুকীয়া অস্তিত্ব দিছে৷ কিন্তু পৰিচয় লৈয়েই মই কাম নকৰাকৈ এই সফলতা পোৱা নাই৷ প্ৰতিযোগিতাৰ এই ফিল্ডত টিকি থাকিবলৈকে মই সংগ্ৰামো কৰিছো৷ নিজকে প্ৰমাণ কৰিবলৈ মই বহু কষ্টও কৰিছো৷’

আৰবাজৰ সৈতে সম্পৰ্ক বিচ্ছেদৰ পাছতেই মালাইকাই তেওঁতকৈ ১২ বছৰে সৰু অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে৷ প্ৰথমে এই সম্পৰ্কৰ কথা দুয়োৱেই স্বীকাৰ কৰা নাছিল যদিও শেহতীয়াভাৱে দুয়োৱে মুকলিকৈ একেলগে চলা-ফিৰা কৰিবলৈ আৰম্ভ কৰিছে৷ এই সম্পৰ্কক লৈ সামাজিক মাধ্যমতো দুয়োৱে মুকলিকৈ সকলো শ্বেয়াৰো কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

August 29, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Next Post
সম্প্ৰীতি জীয়াই আছে এনেদৰেই! মুছলমান যুৱতীয়ে ‘বেদ’ বিষয়ত ল’লে স্নাতকোত্তৰ ডিগ্ৰী…

সম্প্ৰীতি জীয়াই আছে এনেদৰেই! মুছলমান যুৱতীয়ে ‘বেদ’ বিষয়ত ল’লে স্নাতকোত্তৰ ডিগ্ৰী...

আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ, আগন্তুক খেলৰ বাবে সকলোৱে জনাওক শুভেচ্ছা…

আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ, আগন্তুক খেলৰ বাবে সকলোৱে জনাওক শুভেচ্ছা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.