• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…

অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…

3 years ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

36 minutes ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

2 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

2 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

3 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

4 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

16 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

17 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

17 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

18 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

18 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…

editor by editor
January 5, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…
0
SHARES
14.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ নামী-দামী অভিনেত্ৰীৰ ভিতৰত মালাইকাক বহুতে সন্নিবিষ্ঠ কৰিব নুখুজিলেও অইন অভিনেত্ৰীতকৈ বলীউডত মালাইকাৰ চৰ্চা কোনো গুণে কম নহয়। মডেল তথা ডান্সিংৰ বিশেষভাৱে দখল থকা এগৰাকী অভিনেত্ৰী বুলিলেই সকলোৱে নাম লয় মালাইকা আৰোৰাৰ। বিগত বহুকেইবছৰ ধৰি মালাইকাই অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।

মালাইকা-অৰ্জুনৰ প্ৰেমক বহুতেই বয়সৰ সামঞ্জস্যৰ বাবে বহুসময়ত ইতিকিঙো কৰে যদিও সকলো আওকান কৰি আগুৱাইছে দুয়ো। শেহতীয়াকৈ মালাইকাক পূৰ্বৰ স্বামী আৰবাজ খানৰ সৈতে এক বিশেষ ডিনাৰ পাৰ্টীত একেলগে দেখা গৈছে। দুয়োকে একেলগে দেখা মাত্ৰকেই আৰম্ভ হৈছে চৰ্চা। কিয়নো বিগত কেইমাহ ধৰি আৰবাজেও তেওঁৰ প্ৰেয়সীৰে সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে। আনহাতে নতুন বৰ্ষৰ প্ৰথম দিনটোতে মালাইকাইয়ো প্ৰেমিক অৰ্জুন কাপুৰৰ সলনি প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতেহে ডিনাৰ পাৰ্টীত ভাগ লয়। চঞ্চল মালাইকাই পুনৰ আৰবাজৰ সৈতে সম্পৰ্কত আহিব বিচাৰিছে নেকি সেই বিষয়টোৱেহে এতিয়া সমগ্ৰতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

মালাইকাই নিশা ক’লৈ গৈছিল আৰবাজৰ সৈতে?

মালাইকা-আৰবাজে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টলৈ গৈ থকাৰ সময়তে সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল বিশেষ ভিডিঅ। বিগত কেইবা বছৰ ধৰি মালাইকাই পুত্ৰক এয়াৰপৰ্টৰ পৰা আনিবলৈ যাওতে নতুবা থবলৈ যাওতেহে পূৰ্বৰ স্বামী আৰবাজৰ সৈতে একেলগে যাত্ৰা কৰিছিল। ইয়াৰ বিপৰীতে কোনো পাৰ্টীতে দুয়োকে একেলগে দেখা নাছিল কোনোৱে।

মন সলনি হৈছে দুয়োৰে। আকৌ একেলগে একেখন ৰেষ্টুৰেণ্টতেই আহাৰ গ্ৰহণৰ বাবে দুয়োৱে যাত্ৰা কৰিছে। তেনে সময়তে একাংশই আকৌ উত্থাপন কৰিছে একোটা প্ৰশ্নও। অৰ্জুুন কাপুৰৰ সৈতে মালাইকাই সম্পৰ্ক বিচ্ছেদ কৰিছে নেকি? অৱশ্যে ভিডিঅ’টো ভাইৰেল হৈছে যদিও মালাইকা-আৰবাজে বৰ্তমানলৈ কোনো প্ৰতিক্ৰিয়া বৰ্তমানো দাঙি ধৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
Next Post
ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা…

ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা...

ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…

ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.