• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…

ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…

4 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

32 minutes ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

50 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

2 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

2 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

5 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

5 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

7 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

15 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…

editor by editor
January 5, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
ৰয়েল এনফিল্ড ৰাহুলে পছন্দ নকৰে! ইটালীত নিৰ্মিত এইখন বাইকহে ৰাহুলৰ প্ৰথম প্ৰেম…
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশজুৰি অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা। ২০২২ বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব দিছে ৰাহুল গান্ধীয়ে। এই যাত্ৰাকালত ৰাহুলে দেশৰ বিভিন্ন স্থানৰ ব্যক্তিৰে সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিবলৈ সুবিধা পোৱাৰ বিপৰীতে জনতাইয়ো ৰাহুলৰ ব্যক্তিত্বক কাষৰে পৰাই প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে। সাংবাদিকেৰে সৈতে মিলিত হৈ ৰাহুলে বিভিন্নস্থানৰ পৰা মনোভাৱো ব্যক্ত কৰিছে। ৰাহুলে দিয়া এটি সাক্ষাৎকাৰে দেশজুৰি লাভ কৰিছে চৰ্চা।

সাক্ষাৎকাৰটোত ৰাহুলে বাইকৰ প্ৰতি থকা দুৰ্বলতাৰ কথা উল্লেখ কৰিছে। ৰাহুলে কৈছে, ‘মটৰ চাইকেল চলাই ভালপাওঁ। মটৰ চাইকেলত মোৰ বিশেষ পছন্দ আছে। ৰয়েল এনফিল্ড মোৰ বিশেষ পছন্দৰ বাইক নহয়।’

ইয়াৰোপৰি ৰাহুলে কয় যে, ৰাহুলৰ নিজাকৈ কোনো গাড়ী নাই। প্ৰয়োজনত মাতৃৰ গাড়ীকেই চলায়। বাইকৰ পছন্দক লৈ ৰাহুলে পুনৰ কয়, ‘মোক মটৰচাইকেল নিজাকৈ লাগেই বুলি কোনো কথা নাই। কিন্তু চলাই ভালপাওঁ। পুৰণা লেমব্ৰেখন নতুন R1 ৰ দৰেই। সেয়ে পুৰণাখনেই মোৰ বেছি ভাললাগে। ৰয়েল এনফ্লিডৰ ব্ৰেক আৰু বেলেন্স মোৰ ভাল নালাগে। মোৰ পছন্দৰ বিশেষ বাইক হৈছে RD 350, Yamaha ৰ বাইকো মোৰ বেয়া নালাগে। লণ্ডনত যেতিয়া আছিলো তেতিয়াই মটৰ চাইকেলৰ অভ্যাস গঢ় লৈ উঠিলে। তাত মোৰ এখন Aprilia RS 250 আছিল। সেইখনেই মোৰ প্ৰথম প্ৰেয়সীৰ স্থান লৈ আছিল। বৰ্তমান এই মডেলৰ গাড়ী ইটালীৰ Piaggio কোম্পানীয়ে নিৰ্মাণ কৰিছে। ভাৰততো সেই মডেল উপলব্ধ হয়। দাম প্ৰায় ৩ লাখ মান হয়তো হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

July 21, 2026
Next Post
অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ...কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.