• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

3 years ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

41 minutes ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

2 hours ago
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

3 hours ago
প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

4 hours ago
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

5 hours ago
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

অংক কৰিলেই BJP লৈ ৰাঘৱ চাড্ডা, কিয় বাতিল নহয় সাংসদ পদ? দলত্যাগ আইনত কি আছে?

6 hours ago
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

editor by editor
June 4, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্মব্যস্ততাৰ মাজতেই হাইপাৰটেনছনৰ সমস্যাত আমি সকলোৱেই পৰো। প্ৰত্যেকজন লোকেই কিবা নহয় কিবা এটা সমস্যাত ভূগি থাকে। এই হাইপাৰটেনছনতেই বহু লোকে জটিল ৰোগতো আক্ৰান্ত হৈ পৰে। ষ্ট্ৰেছ যিসকলৰ প্ৰতিদিনৰ সংগী, তাত হাইপাৰটেনছন থকাটোৱেই স্বাভাৱিক। কিন্তু দৈনন্দিন আপুনি কঢ়িয়াই থকা ষ্ট্ৰেছ কেনেদৰে আঁতৰ কৰিব তাৰ উপায় দিছে অভিনেত্ৰী মালাইকা আৰোৰাই।

মাত্ৰ ৩০ ছেকেণ্ডতেই কেনেদৰে হাইপাৰটেনছনৰ পৰা ৰেহাই পাব তাৰো উপায় দিছে মালাইকাই। বলীউড অভিনেত্ৰী মালাইকাই নিয়মিতভাৱে শৰীৰচৰ্চা কৰে। ৫০ বছৰ বয়সতো আজিও সুন্দৰী হৈ আছে মালাইকা। মালাইকাৰ ফিটনেছক লৈ বহুসময়তে চৰ্চা চলে। কিন্তু এই বয়সত কেনেদৰে সুন্দৰী হৈ আছে মালাইকা সেই কথা নিজেই জনাইছে মালাইকাই।

মাজে মাজে শৰীৰচৰ্চা কিংবা যোগাসনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে মালাইকা আৰোৰাই। সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৩০ ছেকেণ্ডত মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ উপায় দিছে মালাইকাই। এই ভিডিঅ’টোত মালাইকাই যোগাসন কৰা দেখা গৈছে। কেইটামান বিশেষ আসন যেনে পামিং প’জ, এই আসনে মানসিক চাপ কমোৱাত সহায় কৰে। বহু ব্যস্ততাৰ মাজতো যদি ৩০ ছেকেণ্ড আপুনি নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লয় তেন্তে আপুনি সুস্থ হৈ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?
জীৱনশৈলী

April 25, 2026
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

April 25, 2026
মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?
জীৱনশৈলী

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

April 25, 2026
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

April 25, 2026
Next Post
মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে… ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে... ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

জগন্নাথলৈ আহিয়েই ভক্তৰ মৃত্যু! মন্দিৰৰ বিগ্ৰহ দৰ্শন কৰিয়েই হঠাৎ কিয় মৃত্যুক আঁকোৱালি ল’লে ভক্তজনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন