নতুন বছৰ ২০২৬ চন আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে৷ নতুন বছৰৰ আৰম্ভণিতে কেইবাটাও ৰাজযোগ আৰু শুভ সংযোগ তৈয়াৰ হ’ব, যাৰ মাজত মালব্য আৰু হংস ৰাজযোগ আছে৷ পঞ্চাঙ্গ অনুসৰি, দেৱগুৰু বৃহস্পতি ২০২৬ত নিজৰ ৰাশিত বিৰাজ কৰি হংস ৰাজযোগ তৈয়াৰ হ’ব৷ শুক্ৰ গ্ৰহই নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰি মালব্য ৰাজযোগৰ নিৰ্মান কৰিব৷ শুক্ৰ গ্ৰহই নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব মালব্য ৰাজযোগৰ নিৰ্মাণ কৰিব৷ জ্যোতিষ অনুসৰি ২০২৬ চনত এই ৰাজযোগ তৈয়াৰ হওঁতে কিছু ৰাশিৰ ভাগ্য উদয় হ’ব৷ জানি থওক কি কি ৰাশিৰ ভাগ্য উদয় হ’ব?
মেষ ৰাশি
২০২৬ চনত হংস আৰু মালব্য ৰাজযোগ তৈয়াৰ হোৱাৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাল সময় আৰম্ভ হ’ব৷ হংস ৰাজযোগ মেষ ৰাশিৰ জাতকৰ চতুৰ্থ ঘৰত তৈয়াৰ হ’ব৷ এই সময়ত সম্পত্তি ক্ৰয়ৰ সংযোগো তৈয়াৰ হ’ব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভৰ যোগ আছে৷ অফিচ, সহকৰ্মীৰ সাহায্য পাব৷ ব্যৱসায়ত উন্নতি হব৷ এই বছৰ নতুন আৰম্ভণি আৰু উপলব্ধিৰ সময় আহিব৷ সহকৰ্মী আৰু বৰিষ্ঠজনে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
কন্যা ৰাশি
২০২৬ চনত তৈয়াৰী হংস আৰু মালব্য ৰাজযোগ কন্যা ৰাশিৰ বাবে লাভ কঢ়িয়াই আনিব৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ ব্যৱসায়ত ভাল চুক্তি কৰিব পাৰে৷ দৰমহা বাঢ়িব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ পাব৷ যাৰ ফলত বেংক বেলেন্স বাঢ়িব৷ সমাজত মান সন্মান পাব৷ সহকৰ্মী আৰু বৰিষ্ঠসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ যাৰ ফলত আত্মবিশ্বাস বাঢ়িব৷ নতুন দায়িত্ব লাভৰ সুযোগ আহিব৷
মকৰ ৰাশি
২০২৬ চনত তৈয়াৰ হোৱাত হংস আৰু মালব্য ৰাজযোগে মকৰ ৰাশিৰ জীৱনত গোল্ডেন টাইম আহিব৷ এই সময়ত কোনো নতুন কামত বিনিয়োগ কৰাৰ সুযোগ আহিব৷ বৈবাহিক জীৱনত এই সময় সুখৰ হব৷ সমাজত নতুন স্থান পাব৷ নতুন নতুন অংশীদাৰিত্ব পোৱাৰ সম্ভাৱনা আছে৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা অৰ্থ উভতাই পাব৷ সমাজত প্ৰতিষ্ঠা বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















