• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

10 months ago
Night Club ত বিবস্ত্ৰ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত বিবস্ত্ৰ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

1 minute ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

32 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

45 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

1 hour ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

8 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ ২০২৬ চন আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে৷ নতুন বছৰৰ আৰম্ভণিতে কেইবাটাও ৰাজযোগ আৰু শুভ সংযোগ তৈয়াৰ হ’ব, যাৰ মাজত মালব্য আৰু হংস ৰাজযোগ আছে৷ পঞ্চাঙ্গ অনুসৰি, দেৱগুৰু বৃহস্পতি ২০২৬ত নিজৰ ৰাশিত বিৰাজ কৰি হংস ৰাজযোগ তৈয়াৰ হ’ব৷ শুক্ৰ গ্ৰহই নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰি মালব্য ৰাজযোগৰ নিৰ্মান কৰিব৷ শুক্ৰ গ্ৰহই নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব মালব্য ৰাজযোগৰ নিৰ্মাণ কৰিব৷ জ্যোতিষ অনুসৰি ২০২৬ চনত এই ৰাজযোগ তৈয়াৰ হওঁতে কিছু ৰাশিৰ ভাগ্য উদয় হ’ব৷ জানি থওক কি কি ৰাশিৰ ভাগ্য উদয় হ’ব?

মেষ ৰাশি

২০২৬ চনত হংস আৰু মালব্য ৰাজযোগ তৈয়াৰ হোৱাৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাল সময় আৰম্ভ হ’ব৷ হংস ৰাজযোগ  মেষ ৰাশিৰ জাতকৰ চতুৰ্থ ঘৰত তৈয়াৰ হ’ব৷ এই সময়ত সম্পত্তি ক্ৰয়ৰ সংযোগো তৈয়াৰ হ’ব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভৰ যোগ আছে৷ অফিচ, সহকৰ্মীৰ সাহায্য পাব৷ ব্যৱসায়ত উন্নতি হব৷ এই বছৰ নতুন আৰম্ভণি আৰু উপলব্ধিৰ সময় আহিব৷ সহকৰ্মী আৰু বৰিষ্ঠজনে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

কন্যা ৰাশি

২০২৬ চনত তৈয়াৰী হংস আৰু মালব্য ৰাজযোগ কন্যা ৰাশিৰ বাবে লাভ কঢ়িয়াই আনিব৷ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ ব্যৱসায়ত ভাল চুক্তি কৰিব পাৰে৷ দৰমহা বাঢ়িব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ পাব৷ যাৰ ফলত বেংক বেলেন্স বাঢ়িব৷ সমাজত মান সন্মান পাব৷ সহকৰ্মী আৰু বৰিষ্ঠসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ যাৰ ফলত আত্মবিশ্বাস বাঢ়িব৷ নতুন দায়িত্ব লাভৰ সুযোগ আহিব৷

মকৰ ৰাশি

২০২৬ চনত তৈয়াৰ হোৱাত হংস আৰু মালব্য ৰাজযোগে মকৰ ৰাশিৰ জীৱনত গোল্ডেন টাইম আহিব৷ এই সময়ত কোনো নতুন কামত বিনিয়োগ কৰাৰ সুযোগ আহিব৷ বৈবাহিক জীৱনত এই সময় সুখৰ হব৷ সমাজত নতুন স্থান পাব৷ নতুন নতুন অংশীদাৰিত্ব পোৱাৰ সম্ভাৱনা আছে৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা অৰ্থ উভতাই পাব৷ সমাজত প্ৰতিষ্ঠা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত বিবস্ত্ৰ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত বিবস্ত্ৰ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.