• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

4 years ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

5 minutes ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

56 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

1 hour ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

2 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

3 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

4 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

5 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

5 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

6 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

21 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?

editor by editor
December 17, 2022
in বিশ্ব, ভাৰত, ভ্ৰমণ
0
২৩৯ যাত্ৰীক লৈ এখন বিমান নিখোজ হৈছিল আকাশতেই! ইচ্ছাকৃতভাৱেই এই দুৰ্ঘটনা কৰিছিল বিমান চালকে, কিয় এই দুৰ্ঘটনা ইতিহাসত অতি ভয়াৱহ বিমান দুৰ্ঘটনাৰূপে পৰিচিত?
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিনেমাৰ কাহিনীৰ দৰে এটা দুৰ্ঘটনা। কৰো বুলিয়েই কৰি পেলাইছিল এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ৮ বছৰ সম্পূৰ্ণ হৈছে। এই বিমান দুৰ্ঘটনাক লৈ সেই সময়ত চলিছিল বিশ্বজুৰি চৰ্চা। সকলোৰেই সন্দেহৰ আৱৰ্তত থকা এই দুৰ্ঘটনাটো বলীউডৰ কাহিনীতকৈ কোনোগুণে কম নহয়।

এয়া আছিল এটা বিমান দুৰ্ঘটনা। ৮ বছৰ পূৰ্বে সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল প্ৰায় ২৩৯ জন লোকে। এয়াৰলাইন্সৰ ফ্লাইট এমএইছ৩৭০। বিমানখনৰ কোনো বিজুটি নথকাকৈ হঠাতেই বিমানখন দুৰ্ঘটনাত পতিত হয়। এজনো যাত্ৰী এই দুৰ্ঘটনাত জীৱন্তে উদ্ধাৰ হোৱা নাছিল। উল্লেখ্য যে সেই দুৰ্ঘটনাটো বিমান চালকজনে জানিবুজিয়েই সংঘটিত কৰিছিল৷ ইতিহাসৰ সবাতোকৈ ভয়াৱহ দুৰ্ঘটনাৰ ভিতৰত এটা এই দুৰ্ঘটনা৷ ২০১৪ চনৰ ৮ মাৰ্চত কুয়ালা লামপুৰৰ পৰা বেজিং বিমান বন্দৰ অভিমুখে ৰাওনা হৈছিল এমএইছ৩৭০ নামৰ বিমানখন৷ আকাশৰ প্ৰায় ৩৮ মিনিট উৰণৰ পাছত এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ৷ প্ৰায় এঘণ্টা সময় যোগাযোগ বিচ্ছিন্ন হৈ আকাশত উৰি থকাৰ সময়তে মালয়েছিয়া সোনাবাহিনীৰ ট্ৰেফিক কণ্ট্ৰলে সন্ধান পাইছিল বিমানখনৰ৷ কিন্তু বিমান চালকজনে সকলো গম পাইয়ো যাৱলগীয়া পথেৰে যাত্ৰা কৰা নাছিল৷ পৰিকল্পিতভাৱেই পশ্চিম দিশত থকা আন্দামান সাগৰৰ দিশে যাত্ৰা কৰিছিল বিমানখন৷

আন্দামান সাগৰ অতিক্ৰম কৰাৰ পাছত আৰু কোনো সন্ধান পোৱা নগ’ল বিমানখনৰ৷ সেনাৰ ট্ৰেফিক চিগনেলেও ট্ৰেক কৰিব নোৱাৰিলে বিমানখনক৷ বিমানখন যিহেতু এখন যাত্ৰীবাহী বিমান আছিল, হেৰাই যোৱাৰ সময়ত বিমানখনত আছিল ২২৭ জন যাত্ৰী আৰু ১২ জন বিমান কৰ্মী৷ যাত্ৰীৰ মাজত আছিল ৫ জন কৈ ভাৰতীয় নাগৰিকো৷ হেৰাই যোৱা এই বিমানখনক বিচাৰি অভিযান অব্যাহত ৰাখিলে মালয়েছিয়াৰ সেনাই৷ পাছলৈ দক্ষিণ চীন সাগৰ আৰু আন্দামান সাগৰত বিমানখনৰ ভগ্নাৱশেষ বিচাৰি অভিযান চলাবলৈ নিৰ্দেশ দিয়ে মালয়েছিয়া চৰকাৰে৷ এই অভিযানত এমএইচ৩৭০-ৰ কিছু ভগ্নাৱশেষ উদ্ধাৰ হ’ল যদিও বিমানখনৰ বেছিভাগ অংশই উদ্ধাৰ নহ’ল৷

উল্লেখ্য যে অসামৰিক বিমান পৰিবহন ইতিহাসৰ সকলোতকৈ ব্যয়বহুল উদ্ধাৰ অভিযান বুলিও এই অভিযানকেই ধৰা হয়৷ উপগ্ৰহৰ মাধ্যমেৰে বিমানৰ সৈতে যোগাযোগ কৰোৱাটো ব্যয়বহুল অভিযানৰ ভিতৰত এটা৷ এই দুৰ্ঘটনাৰ ৮ বছৰ পাৰ হৈ গ’লেও দুৰ্ঘটনাটো কিয় সংঘটিত কৰিলে সেই সম্পৰ্কে জনা নাযায়৷ এই সময়ত বিষয়টোৱে চৰ্চা লাভ কৰাৰ আৰু এটা কাৰণ হৈছে কিছুদিন পূৰ্বে মাদাগাস্কাৰৰ এজন মৎস্যজীৱিয়ে মাছ মাৰি থকাৰ সময়তে বিমানৰ ভঙা টুকুৰা লাভ কৰিছে৷ এই টুকুৰাটো সেই বিমানখনৰেই বুলি প্ৰকাশ কৰিছে ব্ৰিটিছ সংবাদপত্ৰ ‘ইণ্ডিপেণ্ডেণ্টে’৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
Next Post
মহানগৰবাসীলৈ বেয়া খবৰ! পাৰ্কিঙত গাড়ী থলেই ভৰিব লাগিব ধন

মহানগৰবাসীলৈ বেয়া খবৰ! পাৰ্কিঙত গাড়ী থলেই ভৰিব লাগিব ধন

কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই…

কৰ্কট, হাৰ্টৰ অসুখকে ধৰি এই চাৰিটা ৰোগৰ পৰা ৰক্ষা পাবলৈ ক’লা চাউলক খাদ্য তালিকাত দৈনিক ৰাখিবই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.