• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

8 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

9 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

9 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

10 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

11 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

11 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

12 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

13 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

13 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

14 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

14 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

editor by editor
June 4, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীতিগতভাৱে নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰা উচিত। দেশৰ জনতাই ৰায় দিয়াৰ সময়তে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পদত্যাগৰ দাবী তুলিছে মমতা বেনাৰ্জীয়ে। বিজেপিয়ে এইবাৰ চৰকাৰ গঢ়িলেও একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে দেশৰ মানুহক ধন্যবাদ জ্ঞাপন কৰিছে মমতা বেনাৰ্জীয়ে।

সন্ধ্যা ৭.৩০ মিনিট পৰ্যন্ত দেশৰ সমস্ত কেন্দ্ৰৰ জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। গণনা চলি থকাৰ সময়তে এক বিশেষ সংবাদমেলত মিলিত হৈছে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে কয়, ‘মই খুবেই সুখী, মোদীজীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। মোদীয়ে জনতাৰ মাজত নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। এই সময়ত তেওঁ নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগেই কৰিব লাগে। এই জয় আমাৰ ইণ্ডিয়াৰহে।

এই জয় আমাৰ দেশৰ, আমাৰ মা ভগ্নীসকলৰ জয়। মোদী যাওক দেশ থাকক।’ মমতাই লগতে কয় বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে আগন্তুক সময়ত চৰকাৰ কৰিলেও একাধিক কাম স্বেচ্ছাচাৰিতাৰ সৈতে কৰিব নোৱাৰিব। তেওঁলোকৰ ইচ্ছামতে আইন পাছ কৰাব নোৱাৰিব। ইয়াৰোপৰি চিবিআই, ইডিৰ ভয় দেখুওৱাই থাকিবও নোৱাৰিব। কাইলৈ ইণ্ডিয়া জোঁট বৈঠকত  মিলিত হব। অৱশ্যে সেই বৈঠকৰ বাবে এতিয়ালৈকে তৃণমূললৈ কোনো আমন্ত্ৰণ পত্ৰ অহা নাই বুলিও জনাই মমতা বেনাৰ্জীয়ে। অৱশ্যে এই বৈঠকলৈ আমন্ত্ৰণ লাভ কৰিলে অভিষেক বেনাৰ্জী যাব বুলিও জনাইছে মমতা বেনাৰ্জীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

ৰাম বিশ্বাস… ৰাজনীতিৰ সৈতে ৰামক একাকাৰ নকৰে উত্তৰপ্ৰদেশবাসীয়ে! ক’ত কি ভুল কৰিলে মোদী-যোগীৰ ডাবল ইঞ্জিনৰ চৰকাৰে?

ৰাম বিশ্বাস… ৰাজনীতিৰ সৈতে ৰামক একাকাৰ নকৰে উত্তৰপ্ৰদেশবাসীয়ে! ক’ত কি ভুল কৰিলে মোদী-যোগীৰ ডাবল ইঞ্জিনৰ চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.