• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়

2 years ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

1 minute ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

42 minutes ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

1 hour ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

2 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

3 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

15 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

16 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

18 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়

editor by editor
August 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম, উত্তৰ-পূব জ্ব/লি/ছে বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যক লৈ ক্ষুব্ধ অসম আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীদ্বয়

কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত বেয়াকৈ ঘেৰি ধৰিছে টিএমচিৰ নেতৃ তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। ইফালে উত্তৰ-পূব সন্দৰ্ভত মমতা বেনাৰ্জীয়ে এনে এক বিবৃতি দিছে যাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেণ সিং ক্ষোভিত হৈ পৰিছে।

উত্তৰ পূৱৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে মুমমতা বেনাৰ্জীক পোনপটীয়াকৈ সোধে যে- দিদীয়ে উত্তৰ-পূবক ভাবুকি দিবলৈ কেনেকৈ সাহস কৰিলে? লগতে এনে দায়িত্বহীন মন্তব্যক তীব্ৰ গৰিহণা।

হিমন্ত বিশ্ব শৰ্মা আৰু এন. বীৰেণ সিঙে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ কয় যে মমতা দিদিয়ে উত্তৰ-পূব আৰু দেশৰ বাকী অংশৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিভাজনকাৰী ৰাজনীতিৰ জৰিয়তে হিংসা আৰু ঘৃণাৰ উচটনি দিয়াটো অনতিপলমে বন্ধ কৰিব লাগে।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি কৈছিল যে, “প্ৰধানমন্ত্ৰী মোডী, আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব, ‘বাংলা জ্বলিলে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীতো জ্বলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmhimanta biswa sarmamanipurn biren singnorth-eastwest bengal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
ভাৰত

May 10, 2026
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন
অসম

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

May 10, 2026
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

Next Post
ICCৰ অধ্যক্ষ হৈ জয় শ্বাহে কিমান দৰমহা লাভ কৰিব? কি কি ক্ষমতা থাকিব তেওঁৰ হাতত?

পৰিস্থিতি ভয়ংকৰ, মোদী ৰাজ্যত বানত মৃ/ত্যু ২৯ জনৰ, এতিয়াও ১১ জিলাত ৰেড এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন