• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিছুলোক ৰাম মন্দিৰক লৈ এনে ব্যস্ত যেন আৰু কোনো কামেই নাই…

কিছুলোক ৰাম মন্দিৰক লৈ এনে ব্যস্ত যেন আৰু কোনো কামেই নাই…

3 years ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

2 minutes ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

2 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

2 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

3 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

4 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

4 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

7 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

7 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

9 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিছুলোক ৰাম মন্দিৰক লৈ এনে ব্যস্ত যেন আৰু কোনো কামেই নাই…

ধৰ্মৰ নামত মই মোৰ জনতাক ভেদাভেদ হবলৈ নিদিও

editor by editor
January 10, 2024
in ভাৰত
0
কিছুলোক ৰাম মন্দিৰক লৈ এনে ব্যস্ত যেন আৰু কোনো কামেই নাই…
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ধৰ্মৰ নামত মই মোৰ জনতাক ভেদাভেদ হবলৈ নিদিও।- আল্লাৰ নামৰ কচম লৈ এই শপত ললে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এক জনসভাত অংশ লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ৰাজনৈতিক দলক উদ্দেশ্যি কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন অনাটো হৈছে পাপ।

ৰাম মন্দিৰৰ প্ৰসংগক লৈ মমতা বেনাৰ্জীয়ে কয় যে,  আজি কিছুদিনৰ পৰা বহুতে মোক সুধি আছে ৰাম মন্দিৰৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি!  সকলো ৰাম মন্দিৰক লৈ এনেভাৱে ব্যস্ত যেন আৰু কোনো কামেই নাই।  ধৰ্ম সকলোৰে নিজৰ, কিন্তু উতসৱ সকলোৰে। মই সেই উতসৱক বিশ্বাস কৰো যিয়ে সকলোকে এক কৰে।

মমতা বেনাৰ্জীয়ে উক্ত সভাখনত ঈশ্বৰ আৰু আল্লাৰ শপত খাই কয় যে, তৃণমুল কংগ্ৰেছ যেতিয়ালৈকে আছে তেতিয়ালৈকে হিন্দু-মুচলমান-শিখ-খ্ৰীষ্টান আদি ধৰ্মক লৈ কোনোদিন বিভাজন হবলৈ নিদিও। কোনো সম্প্ৰদায়ক অৱহেলা নকৰো, এয়া মোৰ হৃদয়ৰ নিভৃতকোণৰ এক প্ৰতিশ্ৰুতি।

ৰাম মন্দিৰ নিৰ্মাণ কেৱল নিৰ্বাচনৰ গিমিক আখ্যা দি কয় যে, ‘আপুনি কাক উপাসনা কৰে সেইটো নিজৰ কথা। তাৰ মানে এইটো নহয় যে আপুনি অন্য ধৰ্মক ককৰ্থনা কৰিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
Next Post
কোনে ক’ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই…

কোনে ক'ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই...

নিজম পৰিল চানমাৰিঃ ৫কোটি ৫৫লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা…

নিজম পৰিল চানমাৰিঃ ৫কোটি ৫৫লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.