• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন

এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন

2 years ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

11 minutes ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

33 minutes ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

1 hour ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

2 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

2 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

3 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

4 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

4 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

5 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

5 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

5 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন

editor by editor
July 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন
0
SHARES
10.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন

পৌৰাণিক দিনত এক জনশ্ৰুতি আছিল যে সাপে যদি মানুহক খুটে তেন্তে সেই সাপক ওলোটাই কামুৰিলে মানুহ বাচি যায়। বিষ ওলোটাই সাপৰ তালৈ গুচি যায়। পাছে বৈজ্ঞানিক ভিত্তিত ই একেবাৰে মিছা কথা। কিন্তু সদ্যহতে সংঘটিত হোৱা এক ঘটনা অলৌকিক হিচাপে পৰিগণিত হৈছে।

সাপে কামোৰা এজন যুৱকে ওলোটাই সাপক কামুৰি দিছে। যাৰ ফলত সাপ মৰি গৈছে আনহাতে সম্পূৰ্ণ সুস্থ হৈ উঠিছে যুৱক। এই ঘটনা সংঘটিত হৈছে বিহাৰত। সাপে কামোৰা এজন বিহাৰৰ লোকে ওলোটাই দুবাৰকৈ কামুৰি দিয়ে সাপক।

বিহাৰৰ নৱদাৰ বাসিন্দা সন্তোষ লোহাৰ নামৰ ৰেল লাইনত কাম কৰা এগৰাকী লোকক বেছ কেম্পত শুই থকা অৱস্থাত সাপে খুটিয়াই দিয়ে। সেই সাপক পিছত ওলোটাই কামোৰিলে ইয়াৰ বিষ নিষ্ক্ৰিয় হ’য় বুলি এক অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ ৩৫ বছৰীয়া লোকগৰাকীয়ে লগে লগে সাপডাল হাতত লৈ ওলোটাই দুবাৰকৈ কামোৰিলে।

এই অগতানুগতিক কাৰ্যৰ ফলত সাপটোৰ মৃত্যু হয়। আনহাতে সহকৰ্মীসকলে লোকগৰাকীকো ততাতৈয়াকৈ ৰজাউলী মহকুমা চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই চিকিৎসা গ্ৰহণ কৰে। লোকগৰাকী দ্ৰুতগতিত সুস্থ হৈ উঠে আৰু পিছদিনাই লোকগৰাকীক ডিচচাৰ্জ দিয়া হয়।

বিহাৰৰ লেখিয়াকৈ উত্তৰ প্রদেশৰ ফতেহপুৰতো সংঘটিত হৈছে এক অলৌকিক ঘটনা। এজন লোক প্রায় দুমাহত পাঁচবাৰকৈ সাপৰ আক্ৰমণৰ বলি হৈছে। ৫ ডাল সাপে ৫ বাৰ খুটিয়াইছে। কিন্তু ওলোটাই সেই সাপক কামুৰি আচৰিত ধৰণে ৰক্ষা পৰে লোকগৰাকী। ২ জুন, ১০ জুন আৰু ১৭ জুনত আৰু জুলাই মাহত দুবাৰকৈ সাপে খুটিয়াইছিল। লোকগৰাকী অৱস্থা এতিয়া সুস্থিৰ, আৰু এই গোচৰটোক চিকিৎসক সকলে “অদ্ভুত” বুলি গণ্য কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: human bites snakeSnakeSnake Bitesnake bite humanSnake safe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!
জীৱনশৈলী

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

April 24, 2026
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…
বিনোদন

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

April 24, 2026
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক
বাণিজ্য

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

April 24, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
বাণিজ্য

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

April 24, 2026
Next Post
সাৱধান, আজি নিশাৰ পৰা চাৰি ৰাশিৰ লোকৰ ভাগ্য সলনি হৈ পৰিব, দুৰ্ভাগ্য আহি থিয় দিব কাষত

সাৱধান, আজি নিশাৰ পৰা চাৰি ৰাশিৰ লোকৰ ভাগ্য সলনি হৈ পৰিব, দুৰ্ভাগ্য আহি থিয় দিব কাষত

কেনে হ’ব আজি ১২ ৰাশিৰ দিনটো ? পঢ়ক ৬ জুলাইৰ ৰাশিফল​ আৰু প্ৰতিকাৰ

কেনে হ'ব আজি ১২ ৰাশিৰ দিনটো ? পঢ়ক ৬ জুলাইৰ ৰাশিফল​ আৰু প্ৰতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.