• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …

এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …

2 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

6 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

35 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …

editor by editor
October 24, 2024
in বিবিধ, বিশ্ব, লেখা
0
এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …

এগৰাকী ব্যক্তিৰ বিবাহৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব আপুনি, অবৈধ হলেও থাইলেণ্ডৰ এগৰাকী লোকে এখন দুখন নহয়, ১২০ খন বিবাহ কৰিছে। ১২০ গৰাকীক পত্নী হিচাপে মান্যতা দিয়াৰ লগতে ২৮ গৰাকী সন্তানো আছে।

তাতোকৈ অস্বাভাৱিক কথাটো হ’ল মহিলাসকলে সকলোৱে ইজনে সিজনৰ বিষয়ে জানে আৰু স্বামীৰ এই বিবাহৰ ওপৰত কাৰোৰে একো সমস্যা নাই।

বেংককৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত থাইলেণ্ডৰ নাকৰ্ণ নায়ক প্ৰদেশৰ ফ্ৰমনি জিলাৰ মুৰব্বী টাম্বন প্ৰাছেৰ্টে অবৈধভাৱে ১২০ গৰাকী পত্নীক ৰখাৰ কথা সদৰি কৰে।

৫৮ বছৰীয়া স্থানীয় ৰাজনীতিবিদ তথা সফল নিৰ্মাণ ব্যৱসায়ৰ মালিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ বিবাহৰ বিষয়ে সদৰি কৰিছিল। লগতে সকলোকে নিজৰ ঘৰলৈয়ো মাতিছিল যাতে সকলোৱে পৰিয়াল দেখক। তেতিয়াই সমগ্ৰ বিশ্বৰ সমুখলৈ আহে এই কথা।

সমগ্ৰ থাইলেণ্ডতে তেওঁৰ ১০০ গৰাকীতকৈ অধিক পত্নী থকাটো সঁচা নেকি বুলি সোধাত প্ৰাছেৰ্টে বাস্তৱিকতে কয় যে “মোৰ ১২০ গৰাকী পত্নী আৰু ২৮ জন পুত্ৰ-কন্যা আছে”। মাথো ১৭ বছৰ বয়সতে প্ৰথমখন বিবাহ সম্পন্ন কৰিছিল। আৰু এতিয়া ৫৮ বছৰ বয়সলৈকে ১২০ গৰাকীক বিয়া কৰাইছে।

নিৰ্মাণ খণ্ডৰ সৈতে জড়িত টাম্বনে দেশখনৰ যি চহৰতেই নিৰ্মাণৰ কাম কৰে, সেই চহৰতেই একোগৰাকীকৈ মহিলাৰ সৈতে বিবাহ কৰায়। বিবাহৰ পূৰ্বে পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে আৰু তেওঁলোকেও কোনো আপত্তি নকৰাকৈ পুত্ৰক আশিৰ্বাদ কৰে। পত্নী সকলেও সহমত কৰে এই বিবাহত । কোনো এগৰাকী পত্নীৰে কোনো সমস্যা নাই, সুখেৰেই টাম্বনৰ সৈতে সংসাৰ কৰি আছে ১২০ গৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ThailandThailand polygamicTialand Manviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.