• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

10 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

10 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

10 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

11 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

11 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

12 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

13 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

14 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

14 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

15 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

16 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

editor by editor
October 24, 2024
in বিবিধ, ভাৰত
0
অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে ভয়ংকৰ, একেটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ, এগৰাকী সংকটজনক অৱস্থাত

আজি পুৱাই ৰাজস্থানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এটা দুৰ্ঘটনাত ৫ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে আন এগৰাকী লোক গুৰুতৰভাৱে আহত। এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ ছিৰোহীত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰাজ্যখনৰ ছিৰোহৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰসাম্য হেৰুৱাই এখন বাহন ৬ যাত্ৰীৰে সৈতে উফৰি গৈ এটা নলাত পৰে। যাৰ ফলত থেতেলা খাই পৰে বাহন খন।

ইয়াৰ ফলত বাহন খনত ৬গৰাকী লোকেই গুৰুতৰবাৱে আহত হয়। কিন্তু উদ্ধাৰকাৰী দল আহি উদ্ধাৰ কৰাক লৈ ৫ জন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই। তথাপি কেউজনকে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয়।

আৰক্ষীয়ে মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ক্ষতিগ্ৰস্ত বাহনখন নিজৰ দখললৈ নিয়াৰ পিছত দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে। দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালকো অৱগত কৰা হৈছে।

লাভ কৰা তথ্য অনুসৰি ৰাজস্থানৰ ছিৰোহীত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ টায়াৰ ফাটি যোৱাৰ ফলতে এই বৃহৎ পথ দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ তীব্ৰ বেগত চলি থকা গাড়ীখনৰ টায়াৰ ফাটি যোৱাত গাড়ীখনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ চাৰিলেনযুক্ত ঘাইপথৰ সিটো পাৰে নলাত পৰে।

আহত ৬ জনৰ ভিতৰত ৫ জনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গুজৰাটৰ পৰা যোধপুৰলৈ গৈ আছিল দুৰ্ঘটনাটোত নিহত লোকসকল। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে কোটৱালি থানাই সেই স্থানত উপস্থিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 DiedrajasthanRajasthan Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
Next Post
আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

আজিৰে পৰা অহা ১৪ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ ভাৱে কৃপা কৰিব সূৰ্য দেৱে, জয়জয় ময়ময় অৱস্থা

এতিয়া অভিষেক, পাছে এটা সময়ত ৰবি শাস্ত্ৰী আৰু বাহুবলীৰ এজন অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল নিম্ৰতৰ

এতিয়া অভিষেক, পাছে এটা সময়ত ৰবি শাস্ত্ৰী আৰু বাহুবলীৰ এজন অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল নিম্ৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.