• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত…

বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত…

1 year ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

29 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

1 hour ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

3 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

6 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত…

বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত...

editor by editor
February 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিবাহৰ বাহনৰ টায়াৰ পাংচাৰ কৰি দৰাৰ চকুৰ সন্মুখেৰে ন-কইনাক পলুৱাই নিলে প্ৰাক্তন প্ৰেমিকে, তাৰপিছত…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল পৰিয়ালে৷ কন্যাৰ অমততেই তৰুণীক অন্য এজন যুৱকলৈ বিয়া দিয়া হৈছিল৷ কিন্তু বিয়াৰ পাছতেই ঘটিল বিপত্তি৷ বিবাহৰ পাছতেই নববধূক অপহৰণ কৰি পলাল প্ৰেমিক৷ সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো মধ্যপ্ৰদেশৰ ভোপালৰ৷ আৰক্ষীৰ ওচৰত অভিযোগ নামা দাখিল কৰিছে পত্নীক হেৰুওৱা আশীষ নামৰ ব্যক্তিজনে৷ ৰোশনি নামৰ এগৰাকী তৰুণীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আশীষ৷ বিবাহৰ পিছদিনা পাৰ্টী আছিল৷ দুয়ো একেলগে বিউটি পাৰ্লাৰলৈ সাজিবলৈ গৈ উভতি আহোতেই এই ঘটনা৷

অনুষ্ঠানৰ আয়োজন কৰা স্থানত আশীষে গাড়ীৰ এখন দুৱাৰেৰে নামে৷ অন্য দুৱাৰেৰে তেওঁৰ সদ্য বিবাহিতা পত্নী ৰোশনি নামিছিল৷ সেই সময়তেই হঠাৎ তেওঁৰ বাহনৰ কাষত অন্য এখন বাহন আহি ৰৈ যায়৷ সেই বাহনৰ পৰা নামি আহে এজন যুৱক৷ আৰু সেই যুৱকেই ৰোশনিক অপহৰণ কৰে৷ অপহৰণ কৰি দ্ৰুতগতিত পলাই যোৱা বাহনখনৰ পিছ লৈছিল আশীষে কিন্তু সফল নহ’ল৷

আশীষে লগতে জনাইছে যে তেওঁ থকা বাহনৰ গাড়ীৰ টায়াৰ পাংচাৰ আছিল৷ সেয়ে বেছিদূৰ খেদি যাব নোৱাৰিলে৷ ইতিমধ্যে আশীষৰ অভিযোগৰ ভিত্তিত তদন্তত নামিছে আৰক্ষী দল৷ আৰক্ষীয়ে তদন্তত নামি জানিব পাৰিছে যে এই সমগ্ৰ ঘটনাটো ৰোশনি আৰু অংকিত নামৰ যুৱকৰ প্ৰি প্লেইন আছিল৷ বিয়াৰ গাড়ীৰ টায়াৰ অংকিত অৰ্থাৎ ৰোশনিৰ প্ৰেমিকেই পাংচাৰ কৰিছে৷ অংকিত আৰু ৰোশনিৰ ৫ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ বিবাহৰ পিছদিনাই দুয়োৱে পলোৱাৰ পৰিকল্পনা পূৰ্বেই ৰচিছিল৷

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি ৰোশনি আৰু অংকিতৰ প্ৰেমত আপত্তি আছিল তেওঁৰ পৰিয়ালৰ৷ সেয়ে আশীষৰ সৈতে বিয়া ঠিক কৰিছিল ৰোশনিৰ৷ বিবাহবন্ধনত আৱদ্ধ হ’লেও অংকিতৰ সৈতে পলাই যোৱাৰ সুযোগ বিচাৰিছিল ৰোশনিয়ে৷ আশীষৰ অভিযোগৰ ভিত্তিতেই অধিক তথ্যৰ বাবে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

প্ৰেম বাঢ়ে গোপনে গোপনে... ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.