• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

2 years ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

27 minutes ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

53 minutes ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

1 hour ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

3 hours ago
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

4 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

5 hours ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

6 hours ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

6 hours ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

7 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

8 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

প্ৰেম বাঢ়ে গোপনে গোপনে... ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

editor by editor
February 24, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰত-পাকিস্তানৰ মেচ৷ এই হাইভল্টেজ মেচত লুকুৱাই আনিছিল প্ৰেয়সীক৷ হাৰ্দিক পাণ্ডিয়াৰ নতুন সম্পৰ্কৰ কথা এই হাইভল্টেজ মেচৰ পাছতেই ভাইৰেল হৈছে৷ টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া৷ হাৰ্দিক পাণ্ডিয়াৰ ডিভোৰ্চ হোৱাৰ এবছৰো হোৱা নাই৷ ডিভোৰ্ছৰ কেইমাহ মান পাছতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক পাণ্ডিয়া৷ ভাৰত পাকিস্তানৰ মেগা মেচত দেখা গৈছে হাৰ্দিকৰ চৰ্চিত বান্ধৱী জেছমিন ৱালিয়াক৷ হাৰ্দিকৰ সৈতে বিগত কেইমাহমান একেলগে দেখা গৈছে দুয়োকে৷ ফলত জল্পনা বাঢ়িছে সকলোৰে৷
জেছমিনক গেলাৰীত দেখাৰ পাছতেই সমৰ্থকসকলৰ মাজত উৎসাহ বাঢ়িছে৷ তাৰ পাছতেই সমৰ্থকসকলৰ মাজত হৈ চৈ বাঢ়িছে৷ প্ৰশ্ন উঠিছে হাৰ্দিকৰ প্ৰেমৰ গল্প আকৌ আৰম্ভ হৈছে৷ ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই দীৰ্ঘদিন ডেট কৰাৰ পাছত ৩১ মে ২০২০ত নাতাশা ষ্টানকোভিচক বিয়া কৰায়৷  কিন্তু তিনি বছৰৰ পাছত দুয়োৰো সম্পৰ্কত তিক্ততা আহে৷ নাতাশাই ২০২৪ চনৰ টি২০ বিশ্বকাপৰ আগত হাৰ্দিকৰ পৰা নিজকে ইমানেই আঁতৰাই ৰাখিছিল যে বিজয়ৰ অভিনন্দনো জনোৱা নাছিল হাৰ্দিকক৷ বিশ্বকাপৰ পাছত দুজনেই ৰাজহুৱা কৰে বিবাহ বিচ্ছেদৰ কথা৷
বিচ্ছেদৰ পাছতেই জেছমিন ৱালিয়াৰৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ নাম সাঙোৰ খাইছে৷ ৰেডডিট ব্যৱহাৰকাৰীয়ে অনুমান কৰিছিল, হাৰ্দিক পাণ্ডিয়া আৰু জেছমিন ৱালিয়াৰৰ মাজত কিছু সম্পৰ্কৰ ৰসায়ন আৰম্ভ হৈছে৷ দুয়ো একেলগে ছুটি কটোৱাৰ কথাও বহুতে ভাইৰেল কৰিছিল৷ জেছমিন ৱালিয়া ব্ৰিটিছ গায়িকা৷ তেওঁ ইংৰাজী, পাঞ্জাৱী আৰু হিন্দিত গান গায়৷ হাৰ্দিক আৰু জেছমিনে এজনে আনজনক ইনষ্টাগ্ৰামত ফ’লও কৰিছে৷ ভাৰত পাকিস্তানৰ মেচ চাবলৈ ডুবাইলৈকো গৈছিল
জেছমিন৷ তাত তেওঁ ভাৰতীয় দলক সমৰ্থন জনোৱা দেখা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!
জীৱনশৈলী

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

October 22, 2026
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড
ভাৰত

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে উত্তৰাখণ্ড

October 22, 2026
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ
অপৰাধ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

October 22, 2026
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক
জীৱনশৈলী

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

October 22, 2026
Next Post
২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.