• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

2 years ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

27 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

58 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

3 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

editor by editor
February 24, 2025
in জীৱনশৈলী, বিবিধ
0
৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা প্ৰকাশ কৰি আহিছে বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে বিনিয়োগ বজাৰৰ সৈতে সম্পৰ্কিত৷ লাভ লোকচানৰ অংকটোও সেয়ে জৰিত হৈ থাকে৷ কিন্তু চৰকাৰি স্কিম, বণ্ড, বেংক ডিপোজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰাণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ এই ক্ষেত্ৰত ধন হেৰুৱাৰ কথা নাই৷

বেংক ডিপোজিট স্কিমৰ কথা যদি আহে তেন্তে সকলোৰে মূৰত আহে ফিক্সড ডিপোজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপোজিটত ভাল সুদ অফাৰ কৰিছে৷ এইবাৰ যদি ছিনিয়ৰ ছিটিজেনৰ কথা ধৰা হয় তেন্তে তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিটত বেছি হয়৷ কোনোৱে ইচ্ছা কৰিলে প্ৰবীণ নাগৰিকৰ নামত ফিক্সড ডিপোজিট কৰিব পাৰে৷

কেৱল FDয়েই নহয় আপুনি RD স্কিমৰ সুবিধাও গ্ৰহণ কৰিব পাৰে৷ পোষ্ট অফিচৰ নিয়ম অনুসৰি ১২ টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমাণৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিত শোধ কৰা হয়৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপজিটৰ সুদৰ হাৰতকৈ ২ শতাংশ বেছি হয়৷

মোটা টকাৰ ফাণ্ড গঢ়ি তোলাৰ বাবে পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত প্ৰতি মাহত ৫০০০ টকাকৈ বিনিয়োগ কৰিব পাৰে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰত ৮.৫৮ লাখ টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷ পোষ্ট অফিচৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ৫ বছৰৰ পাছত সুদ হিচাপে পোৱা যাব মুঠ ৩,৫৬,৮৩০ টকা৷ প’ষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতি মাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰত মুঠ ৬ লাখ টকা বিনিয়োগ কৰা হ’ব৷

পোষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিলে ১০ বছৰ পাছত সুদ হিচাপে পোৱা যাব মুঠ ২,৫৪,২৭২ টকা৷ প’ষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিটত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰিব লাগিব৷ ১০ বছৰত তেতিয়া আপুনি মুঠ ৮,৫৪,২৭২ টকা পোৱা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
Next Post
সপোনত যাৰ দৈনিক অহা যোৱা তেওঁক বাস্তৱত কাষত পালে এনেকুৱা হ’বই! পুনমক কিয় চুম্বন কৰিছিল যুৱক দীপকে?

সপোনত যাৰ দৈনিক অহা যোৱা তেওঁক বাস্তৱত কাষত পালে এনেকুৱা হ’বই! পুনমক কিয় চুম্বন কৰিছিল যুৱক দীপকে?

এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

এগৰাকী পত্নী, ৪জনী প্ৰেয়সীৰ সৈতে একেখন ছাদৰ তলত সুখৰ সংসাৰ, কেনেকৈ ৫ গৰাকীক সময় দিয়ে প্ৰেমিক স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.