• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

1 year ago
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

26 minutes ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

1 hour ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

2 hours ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

2 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

4 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

4 hours ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

4 hours ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

19 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

20 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

20 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

editor by editor
February 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ জনসংখ্যাই ডেৰশ কোটি অতিক্ৰম কৰাৰ পথত যদিও আজিও যৌনস্বাস্থ্যক লৈ কথা ক’বলৈ লাজ কৰে বহুজনেই৷ তাৰ বাবেই যৌনস্বাস্থ্যক লৈ সম্যক ধাৰণা তৈয়াৰ নহয়৷ যাৰ প্ৰভাৱ পৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত৷ বহুতেই নাজানে যে পুৰুষৰ যৌনক্ষমতা দিনজুৰি সমানে নাথাকে৷ ইয়াৰ মূল কাৰণ দেহৰ বিভিন্ন শৰীৰবৃত্তীয় প্ৰক্ৰিয়া সৰ্বক্ষণে চলি নাথাকে৷ বিভিন্ন জৈৱিক প্ৰক্ৰিয়াই যি চক্ৰ মানি চলে তাক বিজ্ঞানৰ ভাষাত কোৱা হয় চাৰ্কাডিয়ান চক্ৰ৷

পুৰুষৰ যৌন সক্ষমতা আৰু ছাৰ্কাডিয়ান চক্ৰৰ মাজত এক জটিল সম্পৰ্ক আছে৷ সহজ ভাষাত ছাৰ্কাডিয়ান ছাইকেল হৈছে আমাৰ শৰীৰৰ আভ্যন্তৰীণ ঘড়ী, যি প্ৰায় ২৪ ঘণ্টাৰ এটা চক্ৰ মানি চলে আৰু আমাৰ টোপনি, হৰমনৰ উৎপাদন আৰু অন্যান্য শাৰীৰিক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে৷ জানি থওক এই চক্ৰই কেনেকৈ পুৰুষৰ যৌন সক্ষমতাক নিয়ন্ত্ৰণ কৰে?

১. টেষ্টোষ্টেৰণৰ মাত্ৰা

টেষ্টোষ্টেৰণ হৈছে প্ৰধান পুৰুষ যৌন হৰমন৷ যিয়ে যৌন ইচ্ছা, বীৰ্য উৎপাদন আৰু সামগ্ৰিক যৌন স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে টেষ্টোষ্টেৰণৰ মাত্ৰা দিনৰ বিভিন্ন সময়ত পৰিবৰ্তিত হয়৷ সাধাৰণতে পুৱা টেষ্টোষ্টেৰণৰ মাত্ৰা সকলোতকৈ বেছি থাকে আৰু নিশাৰ ভাগত কমি যায়৷ সেয়ে পুৰুষৰ পুৱা যৌন ইচ্ছা বেছি হয়৷

২) অন্যান্য হৰমন

টেষ্টোষ্টেৰণৰ ওপৰিও অন্যান্য হৰমনেও পুৰুষৰ যৌন ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে৷ উদাহৰণস্বৰূপে কাৰ্টিচল নামৰ ষ্ট্ৰেছ হৰমনে যৌন ইচ্ছাক কমাব পাৰে৷ কাৰ্টিছলৰ মাত্ৰাইয়ো ছাৰ্কাডিয়ান চক্ৰৰ দ্বাৰা প্ৰভাৱিত হয়৷

৩) টোপনিৰ গুণমান

পৰ্যাপ্ত টোপনিয়ে পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ টোপনিৰ অভাৱত টেষ্টোষ্টেৰণৰ মাত্ৰা কমাব পাৰে আৰু যৌন ইচ্ছাক প্ৰভাৱিত কৰিব পাৰে৷ ছাৰ্কাডিয়ান চক্ৰই আমাৰ টোপনিৰ ধৰণক নিয়ন্ত্ৰণ কৰে৷ অনিয়মিত টোপনিয়ে চাৰ্কাডিয়ান চক্ৰক ব্যাহত কৰিব পাৰে আৰু পুৰুষৰ যৌন ক্ষমতাক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে৷

৪) মানসিক স্বাস্থ্য

ছাৰ্কাডিয়ান চক্ৰই মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে৷ কিছু গৱেষণাত দেখা গৈছে যে ছাৰ্কাডিয়ান ছন্দৰ ব্যঘাতে মানসিক স্বাস্থ্যজনিত সমস্যা বঢ়াব পাৰে৷

এয়া বিজ্ঞানৰ কথা৷ কিন্তু ইয়াৰ বাহিৰেও এক গুৰুত্বপূৰ্ণ বিষয় আছে৷ সেয়া হৈছে মানসিক প্ৰস্তুতি৷ উভয় সংগীৰ মানসিকভাৱে প্ৰস্তুত থকা আৰু এজনে আনজনৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱা ৰখাটো খুবেই গুৰুত্বপূৰ্ণ৷ যেতিয়া উভয় পক্ষই স্বাচ্ছন্দ্য বোধ কৰিলেহে যৌন মিলন সম্ভৱ৷ বহু সময়ত ব্যক্তিগত পছন্দৰ ওপৰতো নিৰ্ভৰ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?
জীৱনশৈলী

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

April 23, 2026
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

April 23, 2026
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা
জীৱনশৈলী

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

April 23, 2026
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

April 23, 2026
Next Post
৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

৫০০০ টকাকৈ বিনিয়োগ কৰিয়েই পাব ৮লাখ টকাৰ ফাণ্ড, জানি থওক সবিশেষ তথ্য

সপোনত যাৰ দৈনিক অহা যোৱা তেওঁক বাস্তৱত কাষত পালে এনেকুৱা হ’বই! পুনমক কিয় চুম্বন কৰিছিল যুৱক দীপকে?

সপোনত যাৰ দৈনিক অহা যোৱা তেওঁক বাস্তৱত কাষত পালে এনেকুৱা হ’বই! পুনমক কিয় চুম্বন কৰিছিল যুৱক দীপকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.