• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

2 years ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

39 minutes ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

1 hour ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

2 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

3 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

3 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

4 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

5 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

5 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

6 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

7 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

7 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?

editor by editor
February 24, 2025
in জীৱনশৈলী
0
শুক্ৰৰ স্থান সলনিয়ে সলাব ৫ৰাশিৰ ভাগ্য, ঘৰ, বাহন কিনাৰ সপোন পূৰণ হোৱাৰ লগতে হাতলৈ আহিব ধন, এই ভাগ্যবান ৰাশি কি কি?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত সমস্ত গ্ৰহৰেই বিশেষ গুৰুত্ব আছে৷ সেয়ে প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনে ১২ ৰাশিৰ জীৱনত শুভ-অশুভ প্ৰভাৱ পেলাই বুলি জ্যোতিষশাস্ত্ৰত কোৱা হয়৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হ’লে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি উঠে বুলি কোৱা হয়৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনলৈ পৰিবৰ্তন আনে৷ বৰ্তমান মীন ৰাশিত অৱস্থান কৰি মালব্য ৰাজযোগ তৈয়াৰ কৰি আছে এই গ্ৰহই৷

শীঘ্ৰেই মীন ৰাশিত বক্ৰী হ’ব এই গ্ৰহ৷ আগন্তুক ২ মাৰ্চৰ পুৱা ৫ বাজি ১২ মিনিটত ওলোটা পথেৰে যাত্ৰা আৰম্ভ কৰিব শুক্ৰই৷ যাৰ ফলত কেইবাটাও ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ আপুনিও আছে নেকি সেই সৌভাগ্যবানৰ তালিকাত?

মেষ ৰাশি

শুক্ৰৰ বক্ৰী গতি মেষ ৰাশিৰ বাবে লাভজনক হ’ব৷ সংসাৰত অৰ্থ সংকট দূৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত ইমানদিনে কৰা পৰিশ্ৰম কামত আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷

কৰ্কট ৰাশি

শুক্ৰৰ প্ৰভাৱত কৰ্কট ৰাশিৰ ভাগ্যোদয় হ’ব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন কামত দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত ডাঙৰ কোনো চুক্তি কৰিব পাৰে যিয়ে ভৱিষ্যতে আপোনাৰ লাভ দিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

তুলা ৰাশি

শুক্ৰৰ বক্ৰী দশাই তুলা ৰাশিৰ অৰ্থভাগ্য সলনি কৰিব৷ বহু দিন ধৰি কোনো ধন পাবলগীয়া থাকিলে সেই ধন লাভ কৰিব৷ লটাৰী কাটিলে কিংবা ডাঙৰ বিনিয়োগ কৰিলেও লাভৱান হ’ব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ যি কোনো কামত পৰিয়ালৰ সহযোগিতা পাব৷

ধনু ৰাশি

শুক্ৰৰ প্ৰভাৱত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হ’ব৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ শ্বেয়াৰ বজাৰত অৰ্থ লগ্নি কৰিলে ভৱিষ্যতে লাভ পাব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ ওপৰত শুক্ৰৰ বক্ৰী দশাৰ সকলোতকৈ বেছি প্ৰভাৱ থাকিব৷ ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ কামৰ চাপ বাঢ়িব পাৰে৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত সামঞ্জস্য ৰাখি চলিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
Next Post
প্ৰেম বাঢ়ে গোপনে গোপনে… ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

প্ৰেম বাঢ়ে গোপনে গোপনে... ডিভোৰ্ছৰ এবছৰ নহওঁতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক, নতুন প্ৰেয়সী কোন?

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

২৪ ঘণ্টাৰ ভিতৰত কোন সময়ত পুৰুষৰ সক্ষমতা চূড়াত থাকে? কি কৈছে বিজ্ঞানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.