• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল

২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল

2 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

3 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

3 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

5 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

6 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

7 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

7 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

9 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল

editor by editor
May 15, 2024
in বিবিধ, বিশ্ব
0
২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ বছৰে ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি, চুবুৰীয়াই ঘৰতে অপহৰণ কৰি ৰাখিছিল

শেহতীয়াকৈ বিগত ২৬ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৪৫ বছৰীয়া এগৰাকী ব্যক্তিক ঘাঁহৰ পুঁজিৰ ওচৰত উদ্ধাৰ কৰা হৈছে। ২৬ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ব্যক্তি জনক তেওঁৰ চুবুৰীয়া ঘৰতে বাস কৰা এজন লোকে বন্দী কৰি ৰাখিছিল।

২৬ বছৰে ধৰি সন্ধানহীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকেও আশা এৰি দিছিল। সমগ্ৰ পৰিয়ালে মৃত বুলিয়ে ভাবি লৈছিল। কিন্তু মৃতদেহ নোপোৱাৰ বাবে আৰক্ষীয়ে বিগত ২৬ বছৰে ধৰ সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছিল।

এয়া ১৯৯৮ চনৰ কথা। আলজেৰিয়াৰ গৃহযুদ্ধৰ সময়ত ওমৰ বি নামৰ এজন ১৯ বছৰীয়া ল’ৰা নিৰুদ্দেশ হৈ পৰে হঠাতে। পৰিয়ালৰ লোকে অপহৰণ কৰা বুলি বহু বিচাৰ খোচাৰ কৰে। আৰক্ষীয়েও সন্ধান চলাই বহু। কিন্তু কতো কোনো ধৰণৰ খা-খবৰ লাভ নকৰাত কেইবছৰমান পিছত পৰিয়ালৰ লোকে মৃত বুলি ধৰি লয়।

পাছে শেহতীয়াকৈ সেই সন্ধানহীন ১৯ বছৰীয়া ওমৰ বিক ৪৫ বছৰীয়া হিচাপে সন্ধান পায়। জেলফা চহৰৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈৰ এটা ঘাঁহৰ পুঁজিৰ পৰা উদ্ধাৰ কৰা হয় ওমৰ বি।

আৰক্ষীৰ তদন্তৰ সময়ত ওমৰে কয় যে ২৬ বছৰে ধৰি তেওঁক ঘৰৰ ওচৰে-চুবুৰীয়াই অপহৰণ কৰি সেই ঘৰতে আৱদ্ধ কৰি ৰাখিছিল। কিন্তু তেওঁ কাকো সহায়ৰ বাবে মাতিব পৰা নাছিল। ইচ্ছা কৰিলেও কাৰো পৰা সহায় বিচাৰিব পৰা নাছিল। কোনো অদৃশ্য শক্তিয়ে বান্ধি ৰাখিছিল ওমৰক।

আলজেৰিয়াৰ ন্যায় মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে দোষী ওচৰৰে ঘৰৰ। কিন্তু যেতিয়াই পোহৰলৈ আহে এই ঘটনা পলোৱাৰ চেষ্টা কৰে অপৰাধীয়ে। কিন্তু আৰক্ষীয়ে কোনোমতে আটক কৰিবলৈ সক্ষম হয়। আনহাতে মন্ত্ৰালয়ে তদন্ত অব্যাহত থকাৰ লগতে ভুক্তভোগীক চিকিৎসা আৰু মানসিক সহায় আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Next Post
সমাগত মোহিনী একাদশী, ভুলতো নকৰিব এই ৮ কাম, ৰুষ্ট হৈ পৰিব মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণু

সমাগত মোহিনী একাদশী, ভুলতো নকৰিব এই ৮ কাম, ৰুষ্ট হৈ পৰিব মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণু

বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.