• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

2 years ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

54 seconds ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

1 hour ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

2 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

3 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

4 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

5 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

6 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

6 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

6 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

9 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

editor by editor
May 15, 2024
in খাদ্য, বিশ্ব, ভাৰত, স্বাস্থ্য
0
বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈজ্ঞানীকেও পৰা নাই ৰহস্য সমাধান কৰিব, দেশৰ ভিতৰতে এই ঈদগাহৰ লেচু পকে সকলোতকৈ আগে

এটা বিশেষ ঈদগাহ, যি ঈদগাহত থকা লেচু গছৰ লেচু পকি ছিঙি বিক্ৰীও হ’ল। কিন্তু তাৰ বিপৰীতে বাকি প্ৰায় সকলোতে এতিয়াও কেঁচা হৈ আছে লেচু। বহু দিন ধৰি বৈজ্ঞানিকেও সমাধান উলিয়াব পৰা নাই এই ৰহস্যৰ। এই বিশেষ লেচু হৈছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰপুৰৰ।

মুজাফ্ফৰপুৰৰ ঈদগাহৰ সকলো লেচু পকি উঠিছে। ইয়াৰ অধিকাংশ ইতিমধ্যে চপোৱা হৈ দিল্লীলৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। সেই মুজাফ্ফুৰপুৰতে থকা এটা ঈদগাহৰ লেচু পকাক লৈ আজিও এক ৰহস্যৰ আৱৰ্তত। কোনেও এই ৰহস্য সমাধান কৰিব পৰা নাই।

শ্বাহী লেচু, যি সমগ্ৰ দেশৰ লগতে বিশ্বতো জনপ্ৰিয়। বহু লোকৰে প্ৰিয় শ্বাহী লেচু। সেই মুজাফ্ফৰপুৰৰেই বিখ্যাত শ্বাহী লেচুৰ বাবে। ইয়াৰ জি আই টেগো আছে। প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে বিশ্ববিখ্যাত মুজাফ্ফৰপুৰৰ ৰাজকীয় লিচুৰ সোৱাদ ল’ব।

ইতিমধ্যে সেই লেচু চপোৱাৰ পাছত দিল্লীলৈ পঠিয়াবলৈ প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিলৈ প্ৰেৰণ কৰা হব এই লেচু।

ঠাই খনৰ গৌশালা পথত অৱস্থিত ঈদগাহৰ ভিতৰৰ লেচু সন্দৰ্ভত আছে এক ৰহস্য। বিশ্বাস কৰা অনুসৰি, বাগিচাৰ পৰা লেচু ফল চপোৱাৰ কাম আৰম্ভ হৈছে আৰু ইয়াক ৰেলযোগে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। কৃষকসকলে দাবী কৰে যে ঈদগাহৰ লেচু প্ৰথমে পকে। এই লেচু প্ৰতি কেজি দৰ ১২৫ৰ পৰা ১৩০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FruitLitchemadhya pradeshUttar Predesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?
জীৱনশৈলী

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
Next Post
সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

সীতা নৱমীত ৰবি যোগ, লক্ষ্মীবাৰে লক্ষ্মী আহিব এই ৫ ৰাশিৰ জাতকৰ ঘৰলৈ

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.