• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

2 years ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

30 minutes ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

1 hour ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

2 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

2 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

3 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

3 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

4 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

4 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

5 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

6 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

6 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী

editor by editor
May 16, 2024
in অসম, জীৱনশৈলী
0
‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’, হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ’ল এগৰাকী উদাৰমনা যুৱতী
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম হ’ল দুখন আত্মাৰ মিলন। প্ৰেম জনমে-জনমে। সঁচা প্ৰেমত নাথাকে শাৰীৰিক সুখ। প্ৰকৃত প্ৰেম হৈছে এক নিঃচৰ্ত আৰু নিস্বাৰ্থ মৰম, ভালপোৱাৰ চিৰপ্ৰবাহমান সূঁতি। ‘শৰীৰটো নহয়, মনটোক হে ভাল পাওঁ’৷ খুব কম মানুহেহে এই কথা ক’ব পাৰে৷ হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা৷ ফেচবুকৰ মেচেঞ্জাৰৰ পৰা আৰম্ভ দুয়োৰে প্ৰেমে পালে পূৰ্ণতা৷ স্বামী-স্ত্ৰীয়ে মিলি লখিমপুৰ বাইপাছত খুলিলে এখন সৰু ৰেষ্টুৰেন্ট৷

লখিমপুৰৰ চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী এয়া। হুইল চেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ। ফেচবুকত চিনাকি নিশিতা বড়োৰ প্ৰেমত পৰিল চিৰঞ্জীৱ হাজং। অৱশেষত দুয়ো আৱদ্ধ হ’ল বিবাহ পাশত। বৰ্ত্তমান দুয়োৰে চলিছে এখন সুখৰ সংসাৰ। বিশেষভাৱে সক্ষম হ’লেও আনৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে চিৰঞ্জীৱে। সেয়ে লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছত দুয়োয়ে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেন্ট।

‘চিৰঞ্জীৱ ফাষ্টফুড’ নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেন্টখনত দুয়োয়ে গ্ৰাহকক বিভিন্ন পছন্দৰ খাদ্য যোগান ধৰাৰ লগতে এই কামত তেওঁলোকক সহায় কৰে মাতৃয়ে। খুব ধুনীয়াকৈ বাঁহীও বজায় চিৰঞ্জীৱে। চিৰঞ্জীৱ আৰু নিশিতাৰ এই প্ৰেম অমৰ হওঁক। যুগ যুগান্তৰলৈ বৈ থাকক তেওঁলোক মৰম, বিশ্বাস আৰু ভালপোৱাৰ সুঁতিখন। এয়াই আমাৰ কামনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
Next Post
১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.