• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

2 years ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

1 hour ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

2 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

3 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

3 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

4 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

4 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

4 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

5 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

7 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

9 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে

editor by editor
May 16, 2024
in বিবিধ, বিশ্ব
0
স্বামীক ৩৫ গৰাকী নাৰীৰে ভগাইয়ো আক্ষেপ নাই! সুখী হোৱাৰ মন্ত্ৰ জনালে সুন্দৰী তৰুণীয়ে
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দাম্পত্য জীৱনত সুখী হোৱাৰ উপায় কি? সম্প্ৰতি অষ্ট্ৰেলিয়াৰ বাসিন্দা এগৰাকী মহিলাই সামাজিক মাধ্যমত ভগাই ল’লে সুখী দাম্পত্য লাভৰ আজৱ উপায়৷ মহিলাগৰাকীয়ে কয়,  বছৰত তেঁওৰ স্বামীয়ে ৩৫ জনী মহিলাৰ সৈতে সময় কটাইছে৷  সেয়ে তেওঁৰ বিবাহিত জীৱন সুখৰ৷ ইনষ্টাগ্ৰামত হানি ব্ৰুকছ নামৰ মহিলাগৰাকীৰ দাবী, স্বামীৰ ইচ্ছাত নহয় তেওঁৰ ইচ্ছাতহে অন্য মহিলাৰ সৈতে সময় কটাইছে তেওঁৰ স্বামীয়ে৷ স্বামীৰ সৈতে অন্য মহিলা ঘৰত থাকিলে তেওঁ সুখীহে হয়৷ হানীয়ে কয়, ‘আমাৰ বিবাহৰ পাছতেই বহুতে কৈছিল, আমাৰ বিয়া খুব বেছি দিন নিটিকিব৷  আমাক দেখীয়েই সুখী যেন নালাগে৷ এই ধাৰণাসমূহ শুনি মোৰ খুব বিৰক্ত লাগিছিল৷ মই অপেন মেৰিজত বিশ্বাসী৷ মোৰ স্বামীয়ে সেয়ে অইন নাৰীৰ সৈতে সম্পৰ্ক ৰাখিলে মই দুখী নহও৷ অন্য মহিলাৰ সৈতে সম্পৰ্ক মনে মনে ৰখাতকৈ মুকলিকৈ ৰাখিলে মই সুখী৷ মইয়ে প্ৰথম মোৰ স্বামীক এই প্ৰস্তাৱ দিছিলো৷’ এই মন্তব্য কৰিছে হানীয়ে ৷

ইয়াৰোপৰি হানিয়ে কয় যে, অপেন মেৰিজৰ ধাৰণাই তেওঁলোকৰ সম্পৰ্কটোক সুখী সম্পৰ্কলৈ ৰূপান্তৰ কৰিছে৷ সম্পৰ্কত কেৱল এজনে আনজনক শ্ৰদ্ধা আৰু বিশ্বাস কৰাটো জৰুৰী৷’ হানিয়ে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা কথাখিনি বহুতেই শ্বেয়াৰো কৰিছে৷ বহুসংখ্যকে হানিৰ এই সিদ্ধান্তক বেয়া আখ্যা দিলেও পশ্চিমীয়া দেশৰ প্ৰায়সংখ্যক লোকেই তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!
বিশ্ব

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
Next Post
‘অসমীয়া হ’লেও কোচে পতা বিহুত নাথ কিয় যাব?’ বিহু চাবলৈ গৈ এঘৰীয়া হ’ল ২৫ ঘৰ অসমীয়া

‘অসমীয়া হ’লেও কোচে পতা বিহুত নাথ কিয় যাব?’ বিহু চাবলৈ গৈ এঘৰীয়া হ’ল ২৫ ঘৰ অসমীয়া

সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত

সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.