• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত

সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত

2 years ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

12 minutes ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

25 minutes ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

3 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

3 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

4 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

5 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

19 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

20 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

21 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

21 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত

সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত হৃদক্ৰিয়া বন্ধ হৈ ১১ জনৰ মৃত্যু

editor by editor
May 16, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
সাময়িকভাৱে বন্ধ ৰেজিষ্ট্ৰেচন, চাৰধাম যাত্ৰালৈ গৈ ৫ দিনত ১১ জনৰ মৃত্যু, কোনো আত্মীয় আৱদ্ধ হৈ থাকিলে যোগাযোগ কৰক এই নম্বৰত
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হৈছে চাৰধাম যাত্ৰা৷ যাত্ৰাৰ আৰম্ভণিৰ লগে লগেই দেখা গৈছে তীৰ্থযাত্ৰীৰ ব্যাপক ভীৰ৷ ভীৰৰ বাবেই বিগত ৫ দিনত চাৰধাম যাত্ৰাত গৈ মৃত্যুৰ মুখত পৰিছে ১১ জনকৈ লোক৷ ইয়াৰোপৰি প্ৰতিদিনেই তীৰ্থযাত্ৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী উপস্থিত হৈছে উত্তৰাখণ্ডত৷

ভীৰ কমাবলৈকে ২ দিনৰ বাবে যাত্ৰাৰ ৰেজিষ্ট্ৰেছন বন্ধ কৰিবলৈ বাধ্য হৈছে উত্তৰাখণ্ড চৰকাৰ৷ চাৰধাম যাত্ৰাৰ উদ্দেশ্যে অফলাইন ৰেজিষ্ট্ৰেচন চলি আছে উত্তৰাখণ্ডৰ হৰিদ্বাৰ আৰু ঋষিকেশৰ পৰা৷ স্পষ্টভাৱে চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ভীৰ নিয়ন্ত্ৰণ কৰিবলৈকে এই পদক্ষেপ লৈছে প্ৰশাসনে৷

ইফালে ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি ১৫ এপ্ৰিলৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় ২৭ লাখ মানুহে ৪ধাম যাত্ৰাৰ বাবে আৱেদন কৰিছে৷ ইয়াৰ মাজতে ৫৯ হাজাৰৰো অধিক তীৰ্থযাত্ৰী উপস্থিত হৈছে যমুনাত্ৰীত, কেদাৰনাথত উপস্থিত হৈছে ডেৰলাখ তীৰ্থযাত্ৰী৷ বদ্ৰীনাথলৈ গৈছে ৪০ হাজাৰ তীৰ্থযাত্ৰী৷ ইয়াৰোপৰি গংগোত্ৰীলৈ যাত্ৰা কৰিছে ৫২হাজাৰ তীৰ্থযাত্ৰী৷

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি এই তীৰ্থযাত্ৰাত গৈ বিগত ৫ দিনৰ মৃত্যু হৈছে ১১ জন লোকৰ৷ বেছিভাগেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে৷ তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তাৰ সমস্ত ব্যৱস্থাই গঢ়ি তুলিছে উত্তৰাখণ্ড প্ৰশাসনে৷ মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰ৷ সংশ্লিষ্ট ফোন নম্বৰসমূহ হৈছে ৯৮৭০৯৬৩৭৩১, ০১৩৬৪-২৯৭৮৭৮, ০১৩৬৪-২৯৭৮৭৯।

উল্লেখ্য যে শুকুৰবাৰে ভক্তৰ বাবে খুলি দিয়া হৈছে ৪ধামৰ অন্যতম ধাম যমুনাত্ৰীৰ দুৱাৰ৷ ইয়াৰপাছতেই শনিবাৰে ভাইৰেল হৈছে এটা ভিডিঅ৷ ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ মানুহ সৰু পাহাৰীয়া ৰাস্তাত ফঁচি আছে৷ ব্যাপক ভীৰৰ ছবি ভাইৰেল হোৱাৰ পাছতেই আৰম্ভ হৈছে আলোচনা৷ প্ৰশ্ন উঠিছে যাত্ৰীৰ নিৰাপত্তাক লৈয়ো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
Next Post
আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ

আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ

ICU ত ৰোগী থৈ চিকিৎসক আহিল IPL চাবলৈ! ICU তে মৃত্যু ৰোগীৰ

ICU ত ৰোগী থৈ চিকিৎসক আহিল IPL চাবলৈ! ICU তে মৃত্যু ৰোগীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.